হেনৰী কেভেণ্ডিছ(ইংৰাজী: HENRAY CAVENDISH) হৈছে একাধাৰে বিজ্ঞানী, দাৰ্শনিক, ৰসায়নবিদ, আৰু পদাৰ্থবিজ্ঞানী।

হেনৰী কেভেণ্ডিছ
জন্ম ১৭৩১ চন
লণ্ডনৰ ওচৰৰ নাইচ নামৰ ঠাইত
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
শিক্ষা তেওঁৰ শিক্ষা আৰম্ভ হৈছিল মেকনি নামৰ ঠাইত। ১৭৪৯ চনত তেওঁ কেম্ব্ৰিজৰ পিটাৰহাউচ কলেজত nam লগাই আৰু স্নাতক ডিগ্ৰী লাভ কৰে।
উল্লেখযোগ্য বঁটা ১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিল।

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ১৭৩১ চনৰ লণ্ডনৰ ওচৰৰ নাইচ নামৰ ঠাইত।[1]তেওঁৰ পিতৃৰ নাম আছিল লৰ্ড চাৰ্লছ কেভেণ্ডিছ আৰু মাকৰ নাম লেডী এন গ্ৰে।

শিক্ষা সম্পাদনা কৰক

তেওঁৰ শিক্ষা আৰম্ভ হৈছিল মেকনি নামৰ ঠাইত। ১৭৪৯ চনত তেওঁ কেম্ব্ৰিজৰ পিটাৰহাউচ কলেজত নাম লগাই আৰু স্নাতক ডিগ্ৰী লাভ কৰে।

চাকৰি জীৱন সম্পাদনা কৰক

  • তেওঁ বিজ্ঞানী, ৰসায়নবিদ,পদাৰ্থবিজ্ঞানী হিচাপে কেভেণ্ডিছে কৰ্মজীৱন আগবঢ়াই।
  • পৃথিৱীৰ ভৰ নিৰূপন কৰি বলবিজ্ঞানলৈ অৱদান আগবঢ়ায়।[2]
  • হাইড্ৰজেনৰ বিষয়ে তেওঁ প্ৰমাণ কৰি উলিয়াইছিল।[3]
  • ইউডিয়ামিটাৰ নামে এটা যন্ত্ৰৰ সহায় লৈ হাইড্ৰজেন আৰু অক্সিজেন লগ লগাই পানীৰ সৃষ্টি হয় বুলি কেভেণ্ডিছে প্ৰমাণ কৰিছিল। আৰ্চেনিক নামৰ মৌলিক পদাৰ্থটোও তেখেতে প্ৰথম আৱিষ্কাৰ কৰা বুলি কোৱা হয়।

বঁটা আৰু সন্মান সম্পাদনা কৰক

১৭৬৬ চনত কোপলে মেডেল লাভ কৰিছিল। [4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৪
  2. বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৫
  3. বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৬
  4. বিশ্বৰ বৰণ্য বিজ্ঞানী, ড° শিৱনাথ বৰ্মন, দ্বিতীয় প্ৰকাশ : জানুৱাৰী ২০০৪, পৃষ্ঠা: ৬৭