হেমন্ত কুমাৰ শৰ্মা (ইংৰাজী: hemnta kumar sharma) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্য লেখক, সমালোচক আৰু গৱেষক|

হেমন্ত কুমাৰ শৰ্মা
জন্ম ১৯৩২
নলবাৰী জিলাৰ পিপলিবাৰী গাঁৱত
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৩২ চনত তেখেতৰ জন্ম হৈছিল।[1]

শিক্ষা আৰু কৰ্মজীৱন সম্পাদনা কৰক

  • হেমন্ত কুমাৰ শৰ্মাই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল|[2]তেওঁ অসম সাহিত্য সভা , অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সাংস্কৃতিক বিষয়ক অনুষ্ঠানৰ লগত জঢ়িত আছিল|[3]

সাহিত্যৰাজি সম্পাদনা কৰক

গ্ৰন্থ

  • অসমীয়া সাহিত্যৰ দৃষ্টিপাত|[4]
  • অসমীয়া সাহিত্যৰ ৰেঙনি|[5]
  • সাহিত্য বিচিত্ৰা|[6]
  • সাহিত্যৰ জেউতি|[7]
  • কবেৰীৰ পাৰে পাৰে|[8]
  • স্মৃতিৰ পলাশ|[9]

"সেই মালাধাৰী|[10]

  • ৰাখি বন্ধন|[11]
  • সন্ধ্যাৰাগ|[12]
  • জীৱনী সৌৰভ|[13]

সংকলন আৰু সম্পাদনা

  • কামৰূপী লোকগীতি সংগ্ৰহ| [14]
  • কিংবদন্তীৰ সাধু|[15]
  • অসমীয়া লোকগীত সঞ্চয়ন|[16]

মৃত্যু সম্পাদনা কৰক

হেমন্ত কুমাৰ শৰ্মাৰ চাকৰিকালীন অৱস্থাতে ১৯৯২ চনৰ ১৯ জানুৱাৰীত মৃত্যু হয়।[17]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  2. ৰাবিব মছৰুৰ (প্ৰথমপ্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং কমলপুৰ, বৰপেটা,অসম). 
  3. ৰাবিব মছৰুৰ (প্ৰথমপ্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং কমলপুৰ, বৰপেটা,অসম). 
  4. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  5. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  6. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  7. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  8. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  9. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  10. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  11. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  12. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  13. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  14. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  15. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  16. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম). 
  17. ৰাবিব মছৰুৰ (প্ৰথম প্ৰকাশ ২০১৯). অসমীয়া লেখক পৰিচয় (ইণ্টাৰনেট সংস্কৰণ). গ্ৰোহিলচ পব্লিশিং(কমলপুৰ, বৰপেটা,অসম).