হোকাটো হোটোঝে ছেমা (ইংৰাজী: Hokato Hotozhe Sema; জন্ম: ২৪ ডিচেম্বৰ ১৯৮৩) [1] নাগালেণ্ডৰ ডিমাপুৰৰ এজন ভাৰতীয় পেৰা-এথলীট। তেওঁ পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত অংশগ্ৰহণ কৰে। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি এই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।[2][3][4][5][6]

পদক‌ অভিলেখ
 ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি
পুৰুষৰ পেৰা-এথলীট
পেৰালিম্পিক
ব্ৰঞ্জৰ পদক – তৃতীয় স্থান ২০২৪ পেৰিচ পুৰুষৰ শ্বট পুট এফ ৫৭
এছিয়ান পেৰা ক্ৰীড়া
ব্ৰঞ্জৰ পদক – তৃতীয় স্থান ২০২২ হাংঝৌ পুৰুষৰ শ্বট পুট এফ ৫৭

পৃষ্ঠভূমি

সম্পাদনা কৰক

ছেমাৰ জন্ম হৈছিল নাগালেণ্ডৰ ডিমাপুৰত। তেওঁ ৯ অসম ৰেজিমেণ্টত ভাৰতীয় সেনাত হাবিলদাৰ হিচাপে নিয়োজিত হৈ আছে।[7] ২০০২ চনত নিয়ন্ত্ৰণ ৰেখাত এক অভিযানৰ সময়ত ভূমিস্খলনৰ ফলত তেওঁ ভৰিখন হেৰুৱাইছিল। তাৰ পিছত, ৩২ বছৰ বয়সত তেওঁ শ্বটপুট খেলিবলৈ আৰম্ভ কৰে আৰু প্ৰশিক্ষক ৰাকেশ ৰাৱাটৰ অধীনত প্ৰশিক্ষণ লয়।[8] তেওঁক বৰ্তমান অলিম্পিক গোল্ড কোৱেষ্ট নামৰ এক ক্ৰীড়া বেচৰকাৰী সংস্থাৰ দ্বাৰা সমৰ্থন কৰা হৈছে।

কেৰিয়াৰ

সম্পাদনা কৰক

চীনৰ হাংঝৌত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান পেৰা গেমছত শ্বটপুট এফ-৫৬/৫৭ শাখাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে ছেমাই। [9] ইয়াৰোপৰি ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত ১৪.৬৫ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ৰে শ্বটপুট এফ-৫৭ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। [10]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Paris 2024". www.paralympic.org. https://www.paralympic.org/en/paris-2024-paralympics/athlete/hokato-hotozhe-sema_1993412। আহৰণ কৰা হৈছে: 2024-09-07. 
  2. "Nagaland's Hokato scripts history at Asian Para Games". MorungExpress. https://morungexpress.com/nagalands-hokato-scripts-history-at-asian-para-games। আহৰণ কৰা হৈছে: 2024-08-14. 
  3. Today, North East (2024-08-12). "Nagaland's Hokato Hotozhe Sema Qualifies For Paris Paralympic Games 2024" (en-US ভাষাত). Northeast Today. https://www.northeasttoday.in/2024/08/12/nagalands-hokato-hotozhe-sema-qualifies-for-paris-paralympic-games-2024/। আহৰণ কৰা হৈছে: 2024-08-14. 
  4. Sportstar, Team (2024-08-14). "India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/olympics/paris-paralympics-2024/news/paris-2024-india-paralympics-contingent-full-list-of-84-indian-athletes-qualified-sports-ministry-paralympic-games-news/article68512627.ece। আহৰণ কৰা হৈছে: 2024-08-14. 
  5. "Paris 2024". www.paralympic.org. https://www.paralympic.org/en/paris-2024-paralympics/results/para-athletics/men-s-shot-put---f57/fnl-000100--। আহৰণ কৰা হৈছে: 2024-09-06. 
  6. "Paralympics: Who is Hokato Hotozhe Sema, India’s bronze medal winner in shot put F47 event". Indian Express. https://indianexpress.com/article/sports/sport-others/hokato-hotozhe-sema-paralympics-bronze-shot-put-9554422/. 
  7. "Who is Hokato Hotozhe Sema, a landmine blast survivor armyman who won bronze in shot put at Paris Paralympics?" (en-IN ভাষাত). Indiatimes. 2024-09-07. https://www.indiatimes.com/news/sports/who-is-hokato-hotozhe-sema-who-won-bronze-in-shot-put-at-paris-paralympics-641369.html। আহৰণ কৰা হৈছে: 2024-09-07. 
  8. "Paris 2024". www.paralympic.org. https://www.paralympic.org/en/paris-2024-paralympics/athlete/hokato-hotozhe-sema_1993412। আহৰণ কৰা হৈছে: 2024-09-07. 
  9. "You are being redirected...". nagalandpost.com. https://nagalandpost.com/index.php/2023/10/26/asian-para-games-hokato-bags-bronze/। আহৰণ কৰা হৈছে: 2024-08-14. 
  10. "Paris 2024". www.paralympic.org. https://www.paralympic.org/en/paris-2024-paralympics/results/para-athletics/men-s-shot-put---f57/fnl-000100--। আহৰণ কৰা হৈছে: 2024-09-06.