অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা

তাৰিখ
(০ জানুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)

০ জানুৱাৰী সম্পাদনা কৰক

০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম।

পঞ্জিকাত ব্যৱহাৰ সম্পাদনা কৰক

  • কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়। এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী বৰ্ষৰ ৩১ ডিচেম্বৰ দিনটোৱেই হয়।
  • পঞ্জিকাৰ ছেকেণ্ড সময়ৰ বাবে ০ জানুৱাৰীৰ উদ্ভৱ হয়, "পঞ্জীকাৰ সময় ১৯০০ চনৰ ০ জানুৱাৰীৰ ১২ বজাত"।[1] ১৯০০ চনৰ ০ জানুৱাৰী (গ্ৰীণউইছ মান দুপৰীয়া)ৰ সময় নিউকম্বৰ সৌৰ সাৰণিয়েও (Newcomb's Tables of the Sun) ব্যৱহাৰ কৰে, যি বিকল্পিত জুলিয়ান দিৱসৰ (Dublin Julian day) সময় হিচাপে পৰিণত হয়।[2]

প্ৰযুক্তিবিদ্যাত সম্পাদনা কৰক

৩০ ফেব্ৰুৱাৰী সম্পাদনা কৰক

৩১ ফেব্ৰুৱাৰী সম্পাদনা কৰক

০ মাৰ্চ সম্পাদনা কৰক

৩৫ মে' সম্পাদনা কৰক

৩১ জুন সম্পাদনা কৰক

৩২ ডিচেম্বৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Leap Seconds". Time Service Department, United States Naval Observatory. http://tycho.usno.navy.mil/leapsec.html। আহৰণ কৰা হৈছে: 2006-12-31. 
  2. ASTROCLK Astronomical Clock and Celestial Tracking Program (page 110)
  3. "XL2000: Early Dates on Office Spreadsheet Component Differ from Excel". Microsoft. http://support.microsoft.com/kb/205719। আহৰণ কৰা হৈছে: 2007-12-08. "In the Microsoft Office Spreadsheet Component, the value 0 evaluates to the date December 30, 1899 and the value 1 evaluates to December 31, 1899. ... In Excel, the value 0 evaluates to January 0, 1900 and the value 1 evaluates to January 1, 1900."