২০২২ (2022, MMXXII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ আৰু ২০২০ দশকৰ ৩য় বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৮-২৯ ভাস্কৰাব্দ বা ১৯৪৩-৪৪ শকাব্দ।

অন্যহাতে ৰাষ্ট্ৰসংঘই ২০২২ বৰ্ষটোক [1] International Year of Basic Sciences for Sustainable Development,[2] International Year of Sustainable Mountain Development,[3] আৰু the International Year of Glass[4] হিচাপে ঘোষণা কৰিছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "International Year of Artisanal Fisheries and Aquaculture". United Nations. https://undocs.org/A/RES/72/72। আহৰণ কৰা হৈছে: February 15, 2020. 
  2. "International Year of Basic Sciences for Sustainable Development". United Nations. https://undocs.org/en/A/RES/76/14। আহৰণ কৰা হৈছে: December 30, 2021. 
  3. "International Year of Sustainable Mountain Development". United Nations. Archived from the original on December 19, 2021. https://web.archive.org/web/20211219214914/https://undocs.org/pdf?symbol=en%2FA%2F76%2FL.28। আহৰণ কৰা হৈছে: December 30, 2021. 
  4. "International Year of Glass". United Nations. https://undocs.org/A/RES/75/279। আহৰণ কৰা হৈছে: July 17, 2021.