২০২৪ ইৰাণ–পাকিস্তান সংঘৰ্ষ
2024 Iranian missile strikes in Pakistan নামৰ প্ৰবন্ধ এই প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) January 2024-ৰ পৰা প্ৰস্তাৱ কৰা হৈছে। |
2024 Iran–Pakistan Conflict | |||||||
---|---|---|---|---|---|---|---|
|
Belligerents | |
---|---|
• 🇮🇷 Iran
• Baloch Rebels |
🇵🇰 Pakistan
• Jaish Ul Adl |
Supported by :
• 🇺🇸 United States ( condemns the Iranian attack on Pakistan ) | |
Commanders and leaders | |
🇮🇷 Ali Khamenei
Basheer Zeb Allah Nazar Baloch |
🇵🇰 Anwaar-ul-Haq Kakar |
২০২৪ চনৰ ১৬ জানুৱাৰীত ইৰাণে পাকিস্তানত ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় আৰু পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত অৱস্থিত জৈছ উল আদলৰ কাৰ্যালয় ধ্বংস কৰে।
পাকিস্তান চৰকাৰে এই আক্ৰমণক গৰিহণা দি পাকিস্তানৰ আকাশমাৰ্গৰ “অপ্ৰৰোচিত উলংঘা” বুলি অভিহিত কৰি দুটা শিশুৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে।
তাৰ দুদিন পিছত ১৮ জানুৱাৰীত পাকিস্তানে ইৰাণৰ ভিতৰত প্ৰতিশোধমূলক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই কয় যে পাকিস্তানৰ লক্ষ্য হৈছে ইৰাণৰ চিস্তান আৰু বেলুচেস্তান প্ৰদেশত অৱস্থিত বেলুচিস্তান লিবাৰেচন আৰ্মী আৰু বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ কাৰ্যালয় ধ্বংস কৰা । ইয়াৰ পিছতে পাকিস্তান আৰু ইৰাণৰ সংঘৰ্ষৰ আৰম্ভণি হয় । এই সংঘৰ্ষ এক ভয়াবহ যুদ্ধত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ইৰাণৰ পাকিস্তান আক্ৰমণৰ কঠোৰ সমালোচনা কৰা হৈছে আৰু পাকিস্তানলৈ সমৰ্থন আগবঢ়োৱা হৈছে ।