২০২৪ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ

২০২৪ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (পৃষ্ঠপোষকতাৰ বাবে টাটা আই পি এল ২০২৪, লগতে আই পি এল ২০২৪ নামেৰেও পৰিচিত) ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন হ'ব। ইয়াৰ পৰিচালনা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।[1] টুৰ্ণামেণ্টখন মুঠ ১০টা দলৰ মাজত ২০২৪ চনৰ ২২ মাৰ্চৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’ব।[2]

২০২৪ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লিগ
দিনাংক ২২ মাৰ্চ – ২৬ মে' ২০২৪
প্ৰশাসক(সমূহ) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)
ধৰণ টুৱেণ্টি-২০
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) দ্বৈত ৰাউণ্ড–ৰবিন আৰু প্লে-অফ
আয়োজক(সমূহ) ভাৰত
দলৰ সংখ্যা ১০
মুঠ খেলৰ সংখ্যা ৭৪
আনুষ্ঠানিক ৱেবছাইট iplt20.com

সম্প্ৰসাৰণ সম্পাদনা কৰক

ষ্টাৰ স্প’ৰ্টছ এই ছিজনৰ অফিচিয়েল টিভি সম্প্ৰচাৰক, আনহাতে জিঅ’ চিনেমা হৈছে অফিচিয়েল ডিজিটেল সম্প্ৰচাৰক।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "When is the next Indian Premier League? IPL 2024 auction date and season schedule" (en-us ভাষাত). www.sportingnews.com. 2023-05-29. https://www.sportingnews.com/us/cricket/news/IPL-2024-auction-date-season-schedule-next-Indian-Premier-League/jntw2qkwnem2drqhltikpkrg। আহৰণ কৰা হৈছে: 2023-06-16. 
  2. "'IPL most likely to start from...': Chairman Arun Dhumal says BCCI to work with government over fixtures" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/sports/cricket/ipl/top-stories/ipl-most-likely-to-start-from-chairman-arun-dhumal-says-bcci-to-work-with-government-over-fixtures/articleshow/107691648.cms। আহৰণ কৰা হৈছে: 2024-02-15.