৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১বি নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 31B, চমুকৈ NH 31B) অসমৰ উত্তৰ শ'লমৰা আৰু যোগীঘোপাৰ মাজত সংযোগ স্থাপন কৰিছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 19 km (12 মাইল)।[1]
ৰাষ্ট্ৰীয় ঘাইপথ ৩১বি | |
---|---|
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | উত্তৰ শ'লমৰা, অসম |
To | যোগীঘোপা, অসম |
Location | |
States | অসম |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |