ৰজনীকান্তৰ প্ৰাপ্ত পুৰস্কাৰ তথা মনোনয়নপ্ৰাপ্ত পুৰস্কাৰৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ৰজনীকান্তক বহু পুৰস্কাৰ আৰু সন্মান প্ৰদান কৰা হৈছে। মূলতঃ তামিল চলচ্চিত্ৰত কৰা অভিনৰ বাবে এই বঁটা সমূহ প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰে তেখেতক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছে।[1] এই তালিকাত ৰজনীকান্তে মনোনিত তথা মাভ কৰা পুৰস্কাৰসমূহ তালিকাভূক্ত কৰা হৈছে।

২০১৬ চনত Kochadaiyaan ছবিৰ প্ৰিমিয়াৰৰ সময়ত ৰজনীকান্ত

অসামৰিক সন্মান সম্পাদনা কৰক

বছৰ প্ৰাপক পুৰস্কাৰ সম্মান
২০০০ ৰজনীকান্ত পদ্মভূষণ[2] ভাৰত চৰকাৰ
২০১৬ ৰজনীকান্ত পদ্মবিভূষণ[3] ভাৰত চৰকাৰ

তামিলনাডু ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ বিষয়শ্ৰেণী ফলাফল
১৯৭৮ Mullum Malarum বিশেষ পুৰস্কাৰ
১৯৮২ Moondru Mugam বিশেষ পুৰস্কাৰ
১৯৮৪ কালাইমামানি
১৯৮৯ এম.জি.আৰ পুৰস্কাৰ
১৯৯৫ Muthu শ্ৰেষ্ঠ অভিনেতা
১৯৯৯ Padayappa শ্ৰেষ্ঠ অভিনেতা
২০০৫ Chandramukhi শ্ৰেষ্ঠ অভিনেতা
২০০৭ Sivaji শ্ৰেষ্ঠ অভিনেতা
২০১১ MGR-Sivaji Award from the Government of Tamil Nadu[4]

ফিল্মফেয়াৰ পুৰস্কাৰ দক্ষিণ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ(সমূহ) বিষয়শ্ৰেণী ফলাফল
১৯৮৪ নাল্লাবানুকু নাল্লাবান শ্ৰেষ্ঠ অভিনেতা
২০০৭ শিৱাজী শ্ৰেষ্ঠ অভিনেতা
২০১০ এন্থিৰান শ্ৰেষ্ঠ অভিনেতা

এন.ডি.টিভি পুৰস্কাৰ সম্পাদনা কৰক

বছৰ প্ৰাপক বিষয়শ্ৰেণী ফলাফল
২০০৮ ৰজনীকান্ত Indian Entertainer of the Year for 2007[5]
২০১১ ৰজনীকান্ত Entertainer of the Decade Award by NDTV[6]
২০১১ ৰজনীকান্ত Most Stylish actor Award by NDTV[7][8]
২০১৩ ৰজনীকান্ত এন.ডি.টিভি দ্বাৰা ২৫ সৰ্বশ্ৰেষ্ঠ বিশ্ব জীবন্ত কিংবদন্তি[9]

ৰাজ কাপুৰ পুৰস্কাৰ সম্পাদনা কৰক

বছৰ প্ৰাপক সম্মান
ফলাফল
২০০৭ ৰজনীকান্ত মহাৰাষ্ট্ৰ চৰকাৰ

চিনেমা এক্সপ্ৰেছ পুৰস্কাৰ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ(সমূহ) বিষয়শ্ৰেণী ফলাফল
১৯৮৪ নাল্লাবানুকু নাল্লাবান শ্ৰেষ্ঠ অভিনেতা
১৯৮৫ শ্ৰী ৰাঘৱেন্দ্ৰ শ্ৰেষ্ঠ অভিনেতা
১৯৮৮ ব্লাডষ্টোন শ্ৰেষ্ঠ অভিনেতা
১৯৯১ থালাপাঠি শ্ৰেষ্ঠ অভিনেতা
১৯৯২ আন্নামালাই শ্ৰেষ্ঠ অভিনেতা
১৯৯৩ বাল্লী শ্ৰেষ্ঠ অভিনেতা
১৯৯৫ বাছা, মুঠু শ্ৰেষ্ঠ অভিনেতা

চলচ্চিত্ৰভক্ত সমিতি পুৰস্কাৰ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ(সমূহ) বিষয়শ্ৰেণী ফলাফল
১৯৭৯ আৰিলিৰুন্থু আৰুবাথু ভাৰাই শ্ৰেষ্ঠ অভিনেতা
১৯৮২ এনকেয়' কেট্টা কুৰাল শ্ৰেষ্ঠ অভিনেতা
১৯৮৪ নাল্লাবানুকু নাল্লাবান শ্ৰেষ্ঠ অভিনেতা
১৯৮৫ শ্ৰী ৰাঘৱেন্দ্ৰ শ্ৰেষ্ঠ অভিনেতা
১৯৯১ থালাপাঠি শ্ৰেষ্ঠ অভিনেতা
১৯৯২ আন্নামালাই শ্ৰেষ্ঠ অভিনেতা
১৯৯৩ বাল্লী শ্ৰেষ্ঠ অভিনেতা
১৯৯৬ বাছা, মুঠু শ্ৰেষ্ঠ অভিনেতা

দক্ষিণ স্ক্ৰিন পুৰস্কাৰ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ বিষয়শ্ৰেণী ফলাফল
১৯৯৫ পেদ্দাৰায়ুদু শ্ৰেষ্ঠ অভিনেতা

বিজয় পুৰস্কাৰ সম্পাদনা কৰক

বছৰ চলচ্চিত্ৰ বিষয়শ্ৰেণী ফলাফল
২০০৭ শিৱাজী প্ৰিয় নায়ক[10] বিজয়ী
ভাৰতীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠত্বৰ বাবে অশ্বাৰোহী সৈনিক শিবাজি গানেশান পুৰস্কাৰ[11] বিজয়ী
২০১০ এন্থিৰান শ্ৰেষ্ঠ খলনায়ক[12] বিজয়ী
প্ৰিয় নায়ক বিজয়ী
২০১৪ লিংগা বিজয়ী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Rajinikanth gets Padma Vibhushan; Padma Shri for Priyanka, Ajay Devgn". The Indian Express (New Delhi). 26 January 2014. Archived from the original on 25 October 2016. http://indianexpress.com/article/entertainment/bollywood/rajinikanth-awarded-padma-vibhushan-padma-shri-for-priyanka-chopra-ajay-devgn/। আহৰণ কৰা হৈছে: 8 December 2016. 
  2. "Civilian Awards announced on 26 January 2000" (Tamil ভাষাত). Ministry of Home Affairs (India). Archived from the original on 2007-03-02. http://mha.nic.in/awar2000.htm। আহৰণ কৰা হৈছে: 2007-04-20. 
  3. "Padma Vibhushan for Rajinikanth, Dhirubhai Ambani, Jagmohan". The Hindu. 25 January 2016. http://www.thehindu.com/news/national/padma-awards-announced/article8151257.ece। আহৰণ কৰা হৈছে: 25 January 2016. 
  4. "Superstar Rajinikanth honored with M.G.R-Sivaji award". Reviews.in.88db.com. Archived from the original on 2011-02-26. https://web.archive.org/web/20110226163528/http://reviews.in.88db.com/index.php/movie/movie-news/6276-superstar-rajinikanth-honored-with-mgr-sivaji-award। আহৰণ কৰা হৈছে: 2011-04-28. 
  5. NDTV presents Indian of the Year awards (2008-01-17). "NDTV presents Indian of the Year awards". NDTV.com. http://www.ndtv.com/convergence/ndtv/story.aspx?id=NEWEN20080038814&ch=1/17/2008%209:59:00%20PM। আহৰণ কৰা হৈছে: 2011-04-28. 
  6. "Rajinikanth is the Entertainer of the decade". Sify.com. 2011-02-16. http://www.sify.com/movies/rajinikanth-is-the-entertainer-of-the-decade-news-tamil-lcqjCadcfcf.html। আহৰণ কৰা হৈছে: 2011-04-28. 
  7. Ravi, Bhama. "Rajini, Trisha voted NDTV Hindu's most stylish actors". NDTV Hindu. Archived from the original on 11 September 2011. https://web.archive.org/web/20110911211414/http://www.ndtv-hindu.com/news/india/2011/aug/01/1142/rajini,-trisha-voted-ndtv-hindu-s-most-stylish-actors। আহৰণ কৰা হৈছে: 7 August 2011. 
  8. "Rajini, Trisha are NDTV's most fashionable stars". NDTV. http://www.ndtv.com/video/player/news/rajini-trisha-are-ndtv-s-most-fashionable-stars/206701। আহৰণ কৰা হৈছে: 7 August 2011. 
  9. http://www.ndtv.com/article/ndtv-25-latest/my-story-proves-miracles-do-happen-rajinikanth-458775
  10. "Star Vijay awards | Vijay TV awards| Vijay awards gallery | Kollywood films". Starboxoffice.com. http://www.starboxoffice.com/kollywood/vijayawards/about.html। আহৰণ কৰা হৈছে: 2011-04-28. 
  11. "UniverCell Vijay Awards – Tamil Movie News – Rajini for excellence, Suriya for entertainment – UniverCell Vijay Awards | Rajnikanth | Ayan". Behindwoods.com. 2010-05-31. http://www.behindwoods.com/tamil-movie-news-1/may-10-04/univercell-vijay-awards-rajini-kamal-31-05-10.html। আহৰণ কৰা হৈছে: 2011-04-28. 
  12. "Legends steal the show at Close Up Vijay Awards". The Hindu. http://www.thehindu.com/news/cities/Chennai/article2135142.ece?homepage=true। আহৰণ কৰা হৈছে: 2011-06-26.