ৰণগৌৰা নাৰ্জাৰী (ইংৰাজী: Rwngwra Narzary) বিজেপি মিত্ৰজোঁটৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভালৈ নিৰ্বাচিত এগৰাকী সাংসদ।[1]২০২০ চনৰ পৰা তেওঁ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(ইউপিপিএল)ৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[2] লগতে তেওঁ কাজলগাওঁ পৌৰসভাৰ পৌৰপতিৰ পদটো আছে।[3]

ৰণগৌৰা নাৰ্জাৰী
ৰাজ্যসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৪ এপ্ৰিল,২০২২
সমষ্টি অসম
ব্যক্তিগত তথ্য
জন্ম
ৰণগৌৰা নাৰ্জাৰী
ৰাজনৈতিক দল ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল
বাসস্থান বঙাইগাঁও, অসম
শিক্ষা কলা শাখাৰ স্নাতক
শিক্ষানুষ্ঠান বঙাইগাঁও মহাবিদ্যালয়

তথ্য সংগ্ৰহ সম্পাদনা কৰক