ৰবীন্দ্ৰ গুহ
ভাৰতীয় লেখক
ৰবীন্দ্ৰ গুহ বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ জন্ম ১৯৩৪ চনৰ ২৫ অক্টোবৰ।
সাহিত্যকৃতি
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক- ৰাজপুতানাৰ ইতিকথা (১৯৬৫)
- প্ৰেম আতঙ্ক সন্ত্ৰাস (১৯৬৬)
- পদধ্বনি প্ৰতিধ্বনি (১৯৬৬)
- মেবাৰেৰ পতন (১৯৬৭)
- দহন (১৯৬৯)
- লোহাৰিয়া (১৯৬৯)
- দ্ৰোহপুৰুষ (১৯৯৮)
- সূৰ্যেৰ সাত ঘোড়া (১৯৯৯)
- নাভিকুণ্ড ঘিৰে (২০০০)
- শিকঞ্জেৰ পাখি খামোশ (২০০১)
- ধুনধলা (২০০৩)
আত্মজীৱনী
সম্পাদনা কৰক- আমি দগ্ধ একজন মানুষ (২০০৪)
নাটক
সম্পাদনা কৰক- নাটকে লিপ্সা নেই
ছোটগল্প
সম্পাদনা কৰক- জনমানুষ (১৯৮১)
- জৈগুণেৰ পদ্ম (১৯৯৮)
- গল্পেৰ ভূবন (২০০১)
কবিতা
সম্পাদনা কৰক- ৰবীন্দ্ৰ গুহৰ কবিতা (১৯৮০)
- নিৰ্বাচিত কবিতা (১৯৯৪)
- দৰিদ্ৰ যুবৰাজ (১৯৯৬)
- হাসান তাৰিকেৰ ৰূপোলি ইলিশ (২০০৩)
- দিল্লি হাটাৰ্স (২০০৩)
তথ্যসূত্ৰ
সম্পাদনা কৰক- হাওয়া ৪৯ ৰবীন্দ্ৰ গুহ সংখ্যা (২০০৩)। সম্পাদক সমীৰ ৰায়চৌধুৰী।
- নিমসাহিত্য বেত্তান্ত (২০০৪)। সম্পাদক বিমান চট্টোপাধ্যায়।
- শহৰ ৰবীন্দ্ৰ গুহ সংখ্যা (২০০২)। সম্পাদক অজিত ৰায়।
- দিগঙ্গনেৰ কবিতা (২০০১)। অমৰেশ গঙ্গোপাধ্যায়।
- বাঢ়েৰ ছোটগল্প (১৯৯৬)। ড. উত্তম দাশ।
- বোধ নিমসাহিত্য সংখ্যা (২০০০)। সম্পাদক অৰুণকুমাৰ চট্টোপাধ্যায়।
- স্বপ্ন ৰবীন্দ্ৰ গুহ সংখ্যা (২০০৯)। সম্পাদক ড. বিষ্ণুচৰণ দে (অসম বিশ্ববিদ্যালয়)