ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়

ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় হৈছে ভাৰতকলকাতাত অৱস্থিত এটি ঐতিহাসিক ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬১ চনত পশ্চিম বংগ চৰকাৰে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয় আইন অনুসৰি ১৯৬২ চনৰ ৮ মে তাৰিখে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।[3] এই বিশ্ববিদ্যালয়খন ঠাকুৰ পৰিয়ালৰ বংশ ঘৰ,জোড়াসাঁকো ঠাকুৰবাৰীত অৱস্থিত। বিশ্ববিদ্যালয়খনে কলা অনুষদৰ অধীনত পৰিবেশন কলা (পাৰফৰ্মিং আৰ্টছ) আৰু দৃশ্য কলা(ভিজুৱেল আৰ্টছ), মানৱীয় বিজ্ঞান, সামাজিক বিজ্ঞান আৰু অন্যান্য বিষয়ৰ অনুষদৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায়।[4]

ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়
Rabindra Bharati University
স্থাপিত ৮ মে' ১৯৬২
(৬২ বছৰ আগত)
 (1962-05-08)
ধৰণ ৰাজহুৱা
আচাৰ্য ৰাজ্যপাল, পশ্চিম বংগ
উপাচাৰ্য শুভ্ৰ কমল মুখাৰ্জী (ভাৰপ্ৰাপ্ত)[1]
শৈক্ষিক কৰ্মচাৰী ১৪৩[2]
শিক্ষাৰ্থী ৭০৩৬ [2]
স্নাতক শিক্ষাৰ্থী ২৯৪৮[2]
স্নাতকোত্তৰ শিক্ষাৰ্থী ৩৪৪৬[2]
ডক্টৰেট শিক্ষাৰ্থী ৬৪২[2]
স্থান কলিকতা, পশ্চিম বংগ, ভাৰত
22°35′04″N 88°21′34″E / 22.5844542°N 88.3593841°E / 22.5844542; 88.3593841স্থানাংক: 22°35′04″N 88°21′34″E / 22.5844542°N 88.3593841°E / 22.5844542; 88.3593841
চৌহদ চহৰ
২২.১৯৮ একৰ (0.08983 বৰ্গ কি.মি.)
ৱেবছাইট www.rbu.ac.in ৱিকিডে'টাত সম্পাদনা কৰক

উল্লেখযোগ্য ছাত্ৰ-ছাত্ৰী

সম্পাদনা কৰক
  • মেথিল দেৱীকা, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ISRO ৰ জ্যেষ্ঠ গৱেষণা সহযোগী।

সংগীতজ্ঞসকল

সম্পাদনা কৰক

চলচ্চিত্ৰ

সম্পাদনা কৰক
  • দীপা দাসমুন্সি, পশ্চিম বংগৰ সংসদ সদস্য তথা দিল্লী মহিলা ফুটবল সন্থাৰ সভানেত্ৰী।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. I am not a political person: New Rabindra Bharati University interim VC Kamal Mukherjee https://economictimes.indiatimes.com/news/india/i-am-not-a-political-person-new-rabindra-bharati-university-interim-vc-kamal-mukherjee/articleshow/101573698.cms
  2. 2.0 2.1 2.2 2.3 2.4 "NIRF 2020". Rabindra Bharati University. http://www.rbu.ac.in/upload/15740250225e13116cdff3d.pdf. 
  3. "About University". Rabindra Bharati University. http://www.rbu.ac.in/home/post/eccbc87e4b5ce2fe28308fd9f2a7baf3। আহৰণ কৰা হৈছে: 2 June 2018. 
  4. Prospectus, প্ৰকাশক Kolkata: Rabindra Bharati University, p. 2, http://www.rbu.ac.in/upload/2124663259590050a863287.pdf, আহৰণ কৰা হৈছে: 2 June 2018