ৰয়টাৰ্ছ (ইংৰাজী: Reuters) হৈছে থমচন ৰয়টাৰৰ মালিকানাধীন এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান।[1] এই প্ৰতিষ্ঠানে, সমগ্ৰ পৃথিৱীৰ প্ৰায় ২০০ খন বিভিন্ন ঠাইত প্ৰায় ২,৫০০ সাংবাদিক আৰু ৬০০ ফটো সাংবাদিকক নিযুক্তি দিছে।[2][3] ৰয়টাৰ্ছ বিশ্বৰ অন্যতম বৃহৎ সংবাদ সংস্থা।[4][5]

ৰয়টাৰ্ছ
ধৰণ স্বাধীন ব্যৱসায়
উদ্যোগ সংবাদ প্ৰতিষ্ঠান
স্থাপিত অক্টোবৰ ১৮৫১; ১৭১ বছৰ  আগতে (1851-10)
প্ৰতিষ্ঠাতা পল জুলিয়াছ ৰয়টাৰ্ছ
মুখ্য কাৰ্যালয় লণ্ডন, ইংলেণ্ড, ইউ কে
দেশ/অঞ্চল বিশ্বব্যাপি
নেতৃস্থানীয় ব্যক্তিত্ব মাইকেল ফ্ৰাইডেনবাৰ্গ (সভাপতি)
আলেক্সজেন্দ্ৰা গেলেনি
(মুখ্য সম্পাদক)
জিনা চুৱা
(কাৰ্যবাহী সম্পাদক)
কৰ্মচাৰীৰ সংখ্যা ২৫০০
মূল প্ৰতিষ্ঠান থমচন ৰয়টাৰ্ছ
ৱেবছাইট reuters.com

১৮৫১ চনত জাৰ্মান বংশোদ্ভৱ পল ৰিয়টাৰে লণ্ডনত এই প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। ইয়াক ২০০৮ চনত থমছন কৰ্পোৰেচনে অধিগ্ৰহণ কৰে আৰু এতিয়াৰ থমচন ৰয়টাৰ্ছৰ মিডিয়া বিভাগ গঠন কৰে।[5]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "About us". Reuters. https://agency.reuters.com/en/about-us.html। আহৰণ কৰা হৈছে: 14 January 2019. 
  2. "Home - Reuters News - The Real World in Real Time" (en-US ভাষাত). Reuters News Agency. https://www.reutersagency.com/en/। আহৰণ কৰা হৈছে: 13 December 2020. 
  3. "Careers". www.reuters.tv. https://www.reuters.tv/careers। আহৰণ কৰা হৈছে: 14 January 2019. 
  4. "News agency". Encyclopædia Britannica. 23 August 2002. https://www.britannica.com/topic/news-agency#ref203528। আহৰণ কৰা হৈছে: 18 February 2017. 
  5. 5.0 5.1 Stephen Brook (30 May 2006). "Reuters recruits 100 journalists". The Guardian. https://www.theguardian.com/media/2006/may/30/reuters.pressandpublishing। আহৰণ কৰা হৈছে: 5 November 2021.