ৰঙাপাৰা

শোণিতপুৰ জিলাৰ এখন নগৰ
(ৰাঙাপাৰাৰ পৰা পুনঃনিৰ্দেশিত)

ৰঙাপাৰা (IPA: ˈræŋgəˌpɑːrə) (ইংৰাজী: Rangapara) অসমশোণিতপুৰ জিলাৰ এখন নগৰ।

ৰঙাপাৰা
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ
উচ্চতা
২০৬ মিটাৰ (৬৭৬ ফুট)
জনসংখ্যা
 (2003)
 • মুঠ
18,822

ভৌগোলিক বিৱৰণ

সম্পাদনা কৰক

ভৌগোলিকভাৱে ৰঙাপাৰা 26°49′N 92°39′E / 26.82°N 92.65°E / 26.82; 92.65 ত অৱস্থিত।[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ২০৬ মিটাৰ ( ৬৭৫ ফুট)।

আন্ত:গাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] ৰঙাপাৰাৰ মুঠ জনসংখ্যা ১৮,৮২২ জন।[3] ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। ৰঙাপাৰাৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনূৰ্ধ্বৰ।

ৰঙাপাৰাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১ শং

যাতায়াত ব্যৱস্থা

সম্পাদনা কৰক

ৰঙাপৰা হ'ল শিক্ষাপ্ৰাণ কেন্দ্ৰ। ৰঙাপৰাত বিভিন্ন শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত অন্যতম শিক্ষাপ্ৰতিষ্ঠান হ'ল-

  • ৰঙাপৰা মহাবিদ্যালয় (১৯৭৯ চনত স্থাপন কৰা হয়)
  • শ্ৰী পি এম ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ৰঙাপৰা শংকৰদেৱ শিশু নিকেতন
  • ৰঙাপৰা গ্ৰেণা ডীল ইংলিছ স্কুল
  • চেস্পল ইংলিছ স্কুল
  • ৰঙাপৰা বাঙালী উচ্চ মাধ্যমিক বিদ্যালয়
  • হেম প্ৰভা শকীয়ানী হিন্দী বিদ্যালয়
  • ৰাজেন্দ্ৰজ্যোতি হিন্দী বিদ্যালয়
  • কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
     
    ৰঙাপৰা মহাবিদ্যালয় নতুন তোৰণ
  • ৰঙাপৰা বালিকা বিদ্যালয়

ৰঙাপৰা বিধানসভা হ'ল অসমৰ আন আন বিধানসভা ভিতৰত অন্যতম বিধানসভা বর্তমান ৰঙাপৰা বিধানসভা সমষ্টি অন্তগত কেইখনমান গাঁও / চাহ বাগিছা আছে । ==ৰাজনীতি== ৰঙাপাৰা তেজপুৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[4]

উল্লেখযোগ্য অনুষ্ঠান-প্ৰতিষ্ঠান

সম্পাদনা কৰক
  • ঠাকুৰবাৰী খেলপথাৰ
  • ধেন্দাই চাহ বাগিছা (ৰঙাপৰা পৰা ৯ কিলোমিটাৰ দূৰৈত অৱস্থিত)
  • মাঁ কালী মন্দিৰ (প্ৰাচীন মন্দিৰ)
  • নামনিগাঁও খেলপথাৰ
  • ৰঙাপৰা বৌদ্ধ মঠ

উল্লেখযোগ্য ব্যক্তি

সম্পাদনা কৰক
  • ৰজনী বসুমতাৰী - পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ।
  • দেৱ ৰজক - উপ-সভাপতি, ৰঙাপৰা শাখা ছাত্ৰ সন্থা (তেখেতৰ জন্ম হয় ২০০২ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে ধেন্দাই চাহ বাগিছাৰ এটা ৰজক পৰিয়ালত)।
  • অজয় তাঁতী - সাংগঠনিক সস্পাদক, অসম জাতীয় পৰিষদ।
  • বাপন দাস বড়ো - সাংগঠনিক সস্পাদক, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা।
  • অভিজিত হাজৰিকা - প্ৰাক্তন বিধায়ক।

তথ্যসূত্ৰ

সম্পাদনা কৰক