ৰামামাত্য (ইংৰাজী: RAMAMATYA) হৈছে এগৰাকী সংগীতজ্ঞ। [1]

ৰামামাত্য।
জন্ম ষোড়শ শতাব্দীত
বিজয়নগৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

ষোড়শ শতাব্দীত ৰামামাত্যৰ জন্ম হয়। তেওঁ বিজয়নগৰৰ বাসিন্দা আছিলে। তেওঁৰ পিতৃৰ নাম আছিল তিম্বৰাজ।[2]

সঙ্গীত শিক্ষা সম্পাদনা কৰক

পণ্ডিত ৰামামাত্যই ৰজা সদাশিৱ ৰায়ৰ প্ৰেৰণা লাভ কৰি তেওঁৰ অধীনত থাকি সংগীত জগতত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ

সঙ্গীত জগতলৈ অৱদান সম্পাদনা কৰক

তেওঁ নিজেই 'স্বৰ মেল' ৰচনা কৰে। তেওঁৰ ৰচিত গ্ৰন্থখন ১৫৫০ খ্ৰীষ্টাব্দত সংস্কৃত ভাষাত লিখা হয়।

সন্মান সম্পাদনা কৰক

ৰজা সদাশিৱ ৰায়ে তেওঁ অমাত্য উপাধিৰে ঘোষিত কৰিছিল।[3]

মৃত্যু সম্পাদনা কৰক

ষোড়শ শতাব্দীৰ শেষাৰ্দ্ধত তেওঁৰ দেহাৱসান ঘটে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সৰল সঙ্গীত শাস্ত্ৰ,পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ: ৫ ছেপ্টেম্বৰ,২০১৪ চন, পৃষ্ঠা নং:১২০
  2. সৰল সঙ্গীত শাস্ত্ৰ,পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ: ৫ ছেপ্টেম্বৰ,২০১৪ চন, পৃষ্ঠা নং:১২০
  3. সৰল সঙ্গীত শাস্ত্ৰ,পণ্ডিত নন্দ কিশোৰ চৌধুৰী, দ্বিতীয় প্ৰকাশ: ৫ ছেপ্টেম্বৰ,২০১৪ চন, পৃষ্ঠা নং:১২১