ৰাষ্ট্ৰীয় একতা দিৱস
ভাৰতীয় ৰাষ্ট্ৰীয় বন্ধৰ দিন
ৰাষ্ট্ৰীয় একতা দিৱস (ইংৰাজী: Rashtriya Ekta Diwas) হ'ল চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱস পালন কৰা হয়।[1]
ৰাষ্ট্ৰীয় একতা দিৱস | |
---|---|
PM Modi flags off the Run For Unity on Sardar Patel Jayanti | |
মহত্ব | বল্লভভাই পেটেলৰ জন্ম দিৱস উদযাপন |
তাৰিখ | ৩১ অক্টোবৰ |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
তাৎপৰ্য্য
সম্পাদনা কৰকএই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Observance of the Rashtriya Ekta Diwas on 31st October". প্ৰকাশক New Delhi: National Informatics Centrepib.nic.in. 24 October 2014. http://pib.nic.in/newsite/PrintRelease.aspx?relid=110785। আহৰণ কৰা হৈছে: 18 October 2016.