ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
"ৰজত কমল" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। অসমীয়া ভাষাৰ চলচ্চিত্ৰলৈ প্ৰদান কৰা বঁটাটোৰ বাবে, অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা চাওক।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ইংৰাজী: National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।[1]
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | চলচ্চিত্ৰ | |
বৰ্ণনা | ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০১১ | |
প্ৰদানকৰ্তা | চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক, ভাৰত |
২০১২ চনলৈকে বঁটাসমূহসম্পাদনা কৰক
এই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মাণ কৰা মনোনীত চলচ্চিত্ৰ সমূহক[2] নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয়:
স্বৰ্ণ কমল পদকসম্পাদনা কৰক
ইংৰাজী নাম (Golden Lotus Award)
লগতে চাওকসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ "ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ নিজ ৱেবছাইট". http://dff.nic.in/nfa.asp। আহৰণ কৰা হৈছে: ডিচেম্বৰ, ২৫, ২০১১.
- ↑ National Film Awards
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত National Film Awards সম্পৰ্কীয় মিডিয়া ফাইল আছে। |