ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা (এনটিএ) হৈছে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দ্বাৰা অনুমোদিত এটা চৰকাৰী সংস্থা। ২০১৭ চনৰ নৱেম্বৰ মাহত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এনটিএ গঠন কৰা হৈছিল ।[1][2]

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা
চমু  নাম এন টি এ
নীতিবাক্য মূল্যায়নত উৎকৃষ্টতা
সক্ৰিয়তা কাৰ্য্যকৰী
উদ্দেশ্য দেশজুৰি বিভিন্ন প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা
সঞ্চালক প্ৰধান বিনীত যোশী
মাতৃ  সন্থা শিক্ষা মন্ত্ৰালয় (ভাৰত)
ৱেবছাইট nta.ac.in

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "NTA: How one of world's biggest 'exam agencies' is making tests smarter, less stressful - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/education/news/how-one-of-worlds-biggest-exam-agencies-is-making-tests-smarter-less-stressful/articleshow/70640571.cms. 
  2. "Centre approves creation of National Testing Agency". The Hindu. 10 November 2017. https://www.thehindu.com/news/national/other-states/centre-approves-creation-of-national-testing-agency/article20109658.ece। আহৰণ কৰা হৈছে: 24 September 2018.