ৰিতেশ বিলাসৰাও দেশমুখ (ইংৰাজী: Riteish Vilasrao Deshmukh) হৈছে এগৰাকী ভাৰতীয় অভিনেতা, প্ৰয়োজক, যি হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰৰ লগত জড়িত। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজনীতিবিদ বিলাসৰাও দেশমুখৰ পুত্ৰ।[1][2]

ৰিতেশ দেশমুখ

ব্যক্তিগত জীৱন সম্পাদনা কৰক

দেশমুখৰ জন্ম হৈছিল ১৯৭৮ চনৰ ১৭ ডিচেম্বৰত, মুম্বাইত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় লঘূ উদ্যোগ আৰু ৰাজহুৱা উদ্যোগ মন্ত্ৰী বিলাসৰাও দেশমুখ আৰু বৈশালী দেশমুখৰ ঘৰত। তেওঁৰ জ্যেষ্ঠ ভাতৃ অমিত দেশমুখ লাটুৰ চহৰৰ বিধায়ক আৰু কনিষ্ঠ ভাতৃ ধীৰাজ দেশমুখ লাটুৰ গ্ৰাম্যৰ বিধায়ক আছিল। তেওঁৰ ডাঙৰ বায়েক অদিতি দেশমুখ, এগৰাকী অভিনেত্ৰী আৰু কনিষ্ঠ ভনীয়েক দীপশিখা দেশমুখ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক।

তথ্য সংগ্ৰহ সম্পাদনা কৰক