ৰূপহী থেকেৰা
ৰূপহী থেকেৰা (বৈজ্ঞানিক নাম: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে। ৰূপহী থেকেৰা উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰন্ধন-প্ৰণালীৰো অংশ।[1]
ৰূপহী থেকেৰা | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Garcinia |
প্ৰজাতি: | G. lanceifolia |
দ্বৈৰাশিক নামকৰণ | |
Garcinia lanceifolia Roxb. |
ইয়াক অসমীয়াত কণ- থেকেৰা বুলিও কোৱা হয়। মিজো ভাষাত ইয়াক চেংকক, গাৰো ভাষাত ঠিছুৰু আৰু খাচী ভাষাত ডিয়েং-চহ-জাড়ু বোলা হয়।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Bora, Nilutpal Sharma; Kakoti, Bibhuti Bhusan; Gogoi, Barnali (2014-10-30). "Study on Antibacterial Activity of the Bark of Garcinia lanceifolia Roxb." (en ভাষাত). International Scholarly Research Notices খণ্ড 2014: 784579. doi:10.1155/2014/784579. PMID 27437444.