ৰেণী বৰ্গিজ
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ৰেণী মাৰিয়া বৰ্গিজ (Renee Maria Borges) (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী (evolutionary biologist)৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷[1][2] তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে প্ৰকাশ কৰিছে ৷[3] বৰ্গিজৰ গৱেষণাৰ মূল বিষয় হ’ল জীৱৰ আচৰণ (behavioural and sensory ecology)৷ তাৰোপৰি তেওঁ সংৰক্ষণ জীৱবিজ্ঞান (conservation biology) আৰু বিজ্ঞানৰ ইতিহাস আৰু দৰ্শন সম্পৰ্কেও গৱেষণা কৰে৷ [4]
ৰেণী মাৰিয়া বৰ্গিজ (Renee M Borges) | |
---|---|
জন্ম | ২৫ ফেব্ৰুৱাৰী ১৯৫৯ |
বাসস্থান | ভাৰত |
জাতীয়তা | ভাৰতীয় |
কৰ্মস্থান | ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | St. Xavier's College, মুম্বাই, ব’ম্বে বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | টেড ফ্লেমিং (Ted Fleming) |
জনা যায় | Chemical ecology, Plant-animal interactions, Behavioural ecology, and Evolutionary biology |
শিক্ষা
সম্পাদনা কৰকবৰ্গিজে ১৯৭৯ চনত মুম্বাইৰ চেইন্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৮২ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী শৰীৰতত্ত্ব (animal physiology) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায়৷ তেওঁ পৰৱৰ্ত্তী কালত ফ্ল’ৰিডাৰ মায়ামি বিশ্ববিদ্যালয়ৰ পৰা "Resource heterogeneity and the foraging ecology of the Malabar Giant Squirrel, Ratufa indica" বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷[5]
কৰ্মজীৱন
সম্পাদনা কৰকবৰ্গিজে বৰ্তমানলৈকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাৰ্য্যনিৰ্বাহ কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে-
- সভাপতি, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (২০১২-২০১৬)
- অধ্যাপক, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (২০১১)
- সহকাৰী অধ্যাপক, চেন্টাৰ ফৰ ইক’লজিকেল চায়েন্সেছ, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (১৯৯৭-২০০৫)
- সহকাৰী ডিৰেক্টৰ, ব’ম্বে নেচাৰেল হিষ্ট’ৰি চ’ছাইটি (১৯৯২-১৯৯৫)
- অস্থায়ী অধ্যাপক (Visiting Faculty) বন্যজীৱবিজ্ঞান প্ৰতিষ্ঠান, ডেৰাডুন (১৯৯০-২০০৩)[6]
গৱেষণা
সম্পাদনা কৰকBorges has contributed a chapter to the book Battles Over Nature: Science and the Politics of Conservation[7] as well as being cited in the Journal of Moral Theology.[8] interested in the evolutionary ecology of species interactions. We investigate the sensory biology of these interactions, especially their chemical and visual ecology. We integrate behavioural ecology at the organism level with mechanisms influencing such behaviour. Our major current interaction systems are: figs and fig wasps, ant–plant mutualisms, fungus-growing termites and pollination systems in the Western Ghats. We are engaged in fundamental research which can have valuable practical applications[9]. তেওঁ বৰ্তমানলৈকে এই বিষয়সমূহৰ ওপৰত শতাধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে৷[10]
স্বীকৃতি
সম্পাদনা কৰকBorges' contributions have been recognized in the following ways, Some of her appointments are:
- Fellow, Indian Academy of Sciences[11]
- J. C Bose National Fellowship (2016)[12]
- Fellow, Indian National Science Academy[13]
- Chairperson of the DST-Program Advisory Committee on Animal Sciences (2016-19)[14]
- Member, Western Ghat Ecology Expert Panel (WGEEP), Government of India, 2010–2011[15]
- Fellow of the Indian Academy of Sciences, Bangalore, 2009.[16]
তথ্যউৎস
সম্পাদনা কৰক- ↑ "IISc - Profile at Centre for Ecological Sciences". http://ces.iisc.ernet.in/new/?q=user/30। আহৰণ কৰা হৈছে: 16 March 2014.
- ↑ "59-62.pdf". http://www.ias.ac.in/womeninscience/LD_essays/59-62.pdf। আহৰণ কৰা হৈছে: 8 April 2014.
- ↑ Subramanyam, Chitra (7 May 2008). "Chalk it up". India Today. https://www.indiatoday.in/magazine/supplement/story/20080519-chalk-it-up-736234-2008-05-07। আহৰণ কৰা হৈছে: 2 May 2018.
- ↑ [Biodata "http://ces.iisc.ernet.in/renee/Complete%20publications%20updated%20on%2028-04-2017.pdf"]. Biodata.
- ↑ Borges, Renee. "Resource heterogeneity and the foraging ecology of the Malabar giant squirrel, Ratufa indica". University of Miami. http://scholarlyrepository.miami.edu/dissertations/2750/। আহৰণ কৰা হৈছে: 11 October 2014.
- ↑ http://ces.iisc.ernet.in/renee/Complete%20publications%20updated%20on%2028-04-2017.pdf
- ↑ Saberwal, Vasant; Rangarajan, Mahesh (2005). "The Anatomy of Ignorance". Battles Over Nature: Science and the Politics of Conservation. Orient Blackswan. https://books.google.com/books?id=kPDkfki-6cEC&pg=PA56&lpg=PA56&dq=Renee+M.+Borges&source=bl&ots=M5EC_q9GWX&sig=H5N6CTFRaFpGQPInO1ujlFZN86s&hl=en&sa=X&ved=0ahUKEwjt4_azhePSAhWG7IMKHdUzAYc4ChDoAQgnMAM#v=onepage&q=Renee%20M.%20Borges&f=false। আহৰণ কৰা হৈছে: 2017-03-19.
- ↑ McCarthy, David M. (2016-03-11). "Homes for Conviviality". Journal of Moral Theology খণ্ড 5 (1).
- ↑ http://ces.iisc.ernet.in/renee/
- ↑ http://ces.iisc.ernet.in/renee/Complete%20publications%20updated%20on%2028-04-2017.pdf
- ↑ "Indian Academy of Sciences-Fellows". https://www.ias.ac.in/describe/fellow/Borges,_Prof._Renee_M.
- ↑ "J C Bose fellowship awardees 2016". http://www.serb.gov.in/pdfs/Results/Results_JCB-APRIL%2016-Website%20-Upload(1).pdf.
- ↑ "Indian National Science Academy- Fellow". http://www.insaindia.res.in/detail/P16-1709.
- ↑ "DST-PAC Animal Sciences". http://serb.gov.in/pdfs/pac_yss/PAC_Animal%20Sciences.pdf.
- ↑ "Western Ghats Ecology Expert Panel". http://www.moef.nic.in/downloads/public-information/wg-23052012.pdf.
- ↑ "Indian Academy of Sciences, Bangalore". https://www.ias.ac.in/listing/fellows/women। আহৰণ কৰা হৈছে: 16 Feb 2019.