ৰেণুকা সিং (ক্ৰিকেটাৰ)
এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ
ৰেণুকা সিং ( ইংৰাজী : Renuka Singh ; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৬) হিমাচল প্ৰদেশৰ মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। [1] [2] [3] তাই ২০১৯–২০ বৰ্ষৰ ছিনিয়ৰ মহিলা ৱান ডে লীগত ২৩টা উইকেটৰ সৈতে অগ্ৰণী উইকেট দখল কৰা বলাৰ আছিল। [4] ২০২১ চনৰ আগষ্ট মাহত তাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া খেলৰ বাবে ভাৰতৰ মহিলা ক্ৰিকেট দললৈ প্ৰথমবাৰৰ বাবে কল আপ লাভ কৰে। [5] [6] অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০২১ চনৰ ৭ অক্টোবৰত ভাৰতৰ হৈ মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় (WT20I)ত তাইৰ অভিষেক ঘটে। [7]
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | ৰেণুকা সিং ঠাকুৰ | |||
জন্ম | ১ ফেব্ৰুৱাৰী, ১৯৯৬ (২৮ বছৰ) চিমলা, হিমাচল প্ৰদেশ, ভাৰত | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া মধ্যম পেচ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
অ'ডিআই অভিষেক (কেপ ১৩৭) | ১৮ ফেব্ৰুৱাৰী ২০২২ বনাম নিউজিলেণ্ড | |||
অন্তিম অ'ডিআই | ২৪ ছেপ্টেম্বৰ ২০২২ v ইংলেণ্ড | |||
অ'ডিআই চোলা নং. | ১০ | |||
আন্তৰ্জাতিক টি২০ অভিষেক (কেপ ৬৯) | ৭ অক্টোবৰ ২০২১ v অষ্ট্ৰেলিয়া | |||
অন্তিম আন্তৰ্জাতিক টি২০ | ৬ ডিচেম্বৰ ২০২৩ বনাম ইংলেণ্ড | |||
টি২০ চোলা নং. | ১০ | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
২০১১-বৰ্তমান | হিমাচল প্ৰদেশ মহিলা | |||
উৎস: http://www.espncricinfo.com/ci/content/player/960853.html ক্ৰিক্ইনফো, ১০ অক্টোবৰ ২০২১ {{{year}}} |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Renuka Singh". ESPN Cricinfo. http://www.espncricinfo.com/ci/content/player/960853.html। আহৰণ কৰা হৈছে: 16 September 2021.
- ↑ "Meet Renuka Singh; Fast Bowler From Himanchal Picked For Indian Women Cricket Team's Australia Tour". She the People. https://www.shethepeople.tv/news/who-is-renuka-singh-fast-bowler-picked-for-indian-women-cricket-team-australia-tour/। আহৰণ কৰা হৈছে: 16 September 2021.
- ↑ "Her father's dream: Himachal pacer gets maiden call-up for women's T-20 cricket team". New Indian Express. https://indianexpress.com/article/sports/cricket/her-fathers-dream-himachal-pacer-gets-maiden-call-up-for-womens-t-20-cricket-team-7469574/। আহৰণ কৰা হৈছে: 16 September 2021.
- ↑ "Who are the Uncapped Indian Players on the Australian Tour for ODI, T20I and D/N Test?". Female Cricket. https://femalecricket.com/india-women-tour-of-australia-2021/19376-who-are-the-uncapped-indian-players-on-the-australian-tour-for-odi-t20i-and-d-n-test.html। আহৰণ কৰা হৈছে: 16 September 2021.
- ↑ "India Women's squad for one-off Test, ODI and T20I series against Australia announced". Board of Control for Cricket in India. https://www.bcci.tv/articles/2021/news/154934/india-women-s-squad-for-one-off-test-odi-and-t20i-series-against-australia-announced। আহৰণ কৰা হৈছে: 24 August 2021.
- ↑ "India Women call up Meghna Singh, Yastika Bhatia, Renuka Singh for Australia tour". ESPN Cricinfo. https://www.espncricinfo.com/story/india-women-tour-of-australia-india-call-up-uncapped-meghna-singh-yastika-bhatia-renuka-singh-1274527। আহৰণ কৰা হৈছে: 24 August 2021.
- ↑ "1st T20I (N), Carrara, Oct 7 2021, India Women tour of Australia". ESPN Cricinfo. https://www.espncricinfo.com/ci/engine/match/1263621.html। আহৰণ কৰা হৈছে: 7 October 2021.