ৰেৱতী লাহন (ইংৰাজী: Reboti Lahon) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত গ্ৰেপ্তাৰ বৰণ কৰি কাৰাবাস খাটিবলগীয়া হয়৷ কাৰাবাসৰ মাজতেই তেওঁ নিউমোনিয়া ৰোগত আক্ৰান্ত হয় আৰু মুকলি হোৱাৰ কিছুদিন পাছতেই তেওঁৰ মৃত্যু হয়৷[1][2]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "দেশৰ হকে প্ৰাণ ত্যাগ কৰা .....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 23 August 2023. 
  2. "স্বাধীনতাৰ বাবে নিজৰ প্ৰাণকো তুচ্ছজ্ঞান কৰা....". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 23 August 2023.