ৱাল্ট হুইটমেন
ৱাল্ট হুইটমেন (ইংৰাজী: Walt Whiteman) এজন কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। হুইটমেন আমেৰিকান কেননৰ আটাইতকৈ প্ৰভাবশালী কবিসকলৰ ভিতৰত অন্যতম। [1]
ৱাল্ট হুইটমেন | |
---|---|
![]() | |
জন্ম | ৱেষ্ট হিলছ,নিউয়ক |
মৃত্যু | ২৬ মাৰ্চ ১৮৯২ |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | আমেৰিকা |
নাগৰিকত্ব | আমেৰিকান |
জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক
১৮১৯ চনৰ ৩১ মে তাৰিখে নিউয়কৰ ৱেষ্ট হিলছত জন্ম হয়।[2]
শিক্ষাসম্পাদনা কৰক
১৮২৩ চনত তেওঁ ব্ৰুকালিন পাব্লিক এলিমেণ্টৰী স্কুলত ভৰ্তি হয় যদিও বাৰ বছৰ বয়সত স্কুল এৰি জীবিকা সন্ধানত চাকৰি কৰে। [3]
চাকৰি জীৱনসম্পাদনা কৰক
তেওঁ প্ৰকালিন ইগল কাকতৰ প্ৰথমে মুদ্ৰণ আৰু শেষত সম্পাদক হয়।[4]
সাহিত্যৰাজিসম্পাদনা কৰক
কবিতাসম্পাদনা কৰক
- লীভছ অব গ্ৰাছ (ঘাঁহৰ পাতবোৰ ১৮৫৫)
- ছং অব মাইছেলফ (মোৰ নিজৰ গান ১৮৫৫)
- অ কেপ্টেইন! মাই কেপ্টেইন
- পয়েমছ বাই ব্লাট হুইটমেন
- আইছিং দাবডি ইলক্টিক (১৮৫৫)
- ক্ৰছিং ব্ৰুকলিন ফেৰী (১৮৫৬)
- ড্ৰাম টেপ্স (১৮৬৫)
- ছং অব দ্যা অপেন ৰোড ( মুক্ত পথৰ গান)
মৃত্যুসম্পাদনা কৰক
১৮৯২ চনৰ ২৬ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা,প্ৰথম সংস্কৰণ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্বাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম সংষ্কৰণ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ চলিহা,প্ৰকাশন:অনন্ত হাজৰিকা,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪
- ↑ পাশ্চাত্য সাহিত্য,লেখক:পৰাগ কুমাৰ ভট্টাচাৰ্য,প্ৰকাশক:অনন্ত হাজৰিকা বনলতা প্ৰকাশ,প্ৰথম প্ৰকাশ:২০১২,পৃষ্টা নং:৫৪