ৱিকিচ'ৰা:ইছলাম/DYK/1
- ... যে , প্ৰেছবাইটেৰিয়ান মহিলা ক'লেজত তাৰ ছোৱালীবোৰক স্কুলত হিজাব পঢ়াৰ অনুমতি দিয়া নহৈছিল, ছালমা ইহৰামে গ্ৰিনেক্ৰিত আল-নূৰী মুছলিম প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত লৈছিল আৰু পৰবৰ্তী সময়ত তেওঁ চিডনিৰ নূৰ আল হুদা ইছলামিক ক'লেজৰ প্ৰধান শিক্ষয়িত্ৰী হৈছিল?
- .... যে, মাছআব্ ইবনে উমায়েৰ (ৰা:) আছিল প্ৰথম চাহাবী দূত, যাক নবী (সা:)এ মদিনাবাসীক ইছলামৰ প্ৰতি নিমন্ত্ৰণ আৰু ইছলামৰ শিক্ষা দিবলৈ আৰু হিজৰতৰ বাবে প্ৰস্তুত কৰিবলৈ মক্কাৰ পৰা মদিনালৈ পঠিয়াইছিল; আৰু ৬২২ খ্ৰীষ্টাব্দৰ ছেপ্তেম্বৰত যেতিয়া নবী (সা:) আহিছিল, তেতিয়া মদিনাত আছিল দহ হেজাৰজন মুছলমান?
- ..... যে, অনেক ইৰানী নাৰী ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ পছন্দ নকৰে। ৰেজা ছাহৰ কাছফ-ই হিজাব ডিক্ৰী'ৰ কাৰণে হিজাব আঁতৰাওতে ইয়াৰে কিছুমানে আনকি আত্মহত্যাও কৰিছে?
- ... যে, ইৰানৰ সবোৰ্চ্চ মুছলিম নেতা আলি খামেনেইয়ে, পাৰমাণৱিক অস্ত্ৰ অধিগ্ৰহণ, উন্নয়ন আৰু ব্যৱহাৰ নিষিদ্ধ কৰি এক ফতোয়া জাৰি কৰিছিল?