ৱিকিট্ৰেভেল
ৱিকিট্ৰেভেল এটা ৱেব ভিত্তিক প্ৰকল্প, যাৰ উদ্দেশ্য “বিনামূল্যে আধুনিক, পূৰ্ণাঙ্গ আৰু নিৰ্ভৰযোগ্য বিশ্বব্যাপী ভ্ৰমণ সহায়িকা সৃষ্টি কৰা। ”[3] ২০০৩ চনৰ জুলাই মাহত ইভান প্ৰোড্ৰোমো আৰু মিছেল এন জেনকিন্সে এই প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰে। এটা ৱিকি মডেলৰ অনুৰূপে আৰু এটা ক্ৰিয়েটিভ কমন্স লাইচেন্সৰ আওতাত তৈয়াৰ কৰা হৈছে।[4] ২০০৬ চনত কেলিফোৰ্নিয়া ভিত্তিক ইণ্টাৰনেট ব্ৰেণ্ড কোম্পানি ৱিকিট্ৰেভেলৰ ট্ৰেদমাৰ্ক আৰু চাৰ্ভাৰ কিনি লয় আৰু এই ৱেবছাইটত ইয়াৰ বিজ্ঞাপন দিয়া আৰম্ভ কৰে।[5] ৱেবছাইটটো ২০০৭ চনত সেৱা ভ্ৰমণ বিষয়ক ৱেবছাইটত হিচাপে "ৱেবি এৱাৰ্ড" লাভ কৰে।[6] সেই বছৰত ৱিকিট্ৰেভেলৰ প্ৰতিষ্ঠাপকসকলে ৱিকি ট্ৰেভেল প্ৰেছ আৰম্ভ কৰে, ইয়াত ৱেবছাইটৰ বিষয়বস্তু মুদ্ৰিত আকাৰত প্ৰকাশ কৰে। প্ৰথম মুদ্ৰিত সহায়িকা প্ৰকাশিত হয় ২০০৮ চনৰ ১ ফেব্ৰুৱাৰীত।[7]
ৱিকিট্ৰেভেল | |
---|---|
ইউ আৰ এল | wikitravel.org |
প্ৰকাৰ | ৱিকি |
ভাষা | ২১টা ভাষা[1] |
স্বত্বাধিকাৰী | ইণ্টাৰনেট ব্ৰেণ্ড |
সৃষ্টিকৰ্তা | ইভান প্ৰোড্ৰোমো, মিছেল এন জেনকিন্স |
মুকলি | জুলাই, ২০০৩ |
এলেক্সা স্থান | 2,539 (November 2011[update])[2] |
বৰ্তমান স্থিতি | সক্ৰিয় |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Multilingual Statistics
- ↑ "Wikitravel.org Site Info". Alexa Internet. Archived from the original on 2011-09-25. https://web.archive.org/web/20110925190922/http://www.alexa.com/siteinfo/wikitravel.org। আহৰণ কৰা হৈছে: 2011-11-02.
- ↑ BBC. "The DIY travel guide". http://news.bbc.co.uk/2/hi/uk_news/magazine/3614517.stm.
- ↑ New York Times. "Online Diary". http://www.nytimes.com/2004/02/12/technology/online-diary.html.
- ↑ New York Times. "Everyone's an Editor as Wiki Fever Spreads to Shopping Sites". http://www.nytimes.com/2006/04/24/technology/24ecom.html?pagewanted=print.
- ↑ FOX News. "On the Net: Web Sites to Travel By". http://www.foxnews.com/printer_friendly_wires/2007May30/0,4675,OntheNet,00.html.
- ↑ Boing Boing. "Wikitravel to publish up-to-the-month print editions of its guides". http://www.boingboing.net/2008/02/19/wikitravel-to-publis.html.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৱিকিট্ৰেভেল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ৱিকিট্ৰেভেল (ইংৰাজী সংস্কৰণ)