ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা/বিস্তাৰিত

অত্যাৱশ্যকীয় প্ৰবন্ধ
প্ৰথম স্তৰ     দ্বিতীয় স্তৰ     তৃতীয় স্তৰ     চতুৰ্থ স্তৰ     পঞ্চম স্তৰ
চমুপথবোৰ:
WP:VA
WP:VITAL

বিশেষ দ্ৰষ্টব্য: এই তালিকাখন মেটা-ৱিকিৰ গোলকীয় তালিকাৰ প্ৰতিলিপি। অনুগ্ৰহ কৰি এই তালিকাখন পোনপটিয়াকৈ সলনি নকৰে যেন। আপুনি যদি কোনো বিষয় ইয়াত সংযোগ কৰিব বিচাৰে, প্ৰথমে মেটা-ৱিকিৰ আলোচনা পৃষ্ঠাত আলোচনা কৰক। কোনো বিষয় সংযোগ বা বিলোপ কৰিবৰ বাবে উপযুক্ত যুক্তি দৰ্শোৱা প্ৰয়োজন।

এই তালিকাখনত অন্তৰ্ভুক্ত কৰা প্ৰবন্ধসমূহ প্ৰতিখন ৱিকিপিডিয়াতে থকাতো অত্যাৱশ্যকীয় হিচাপে বিবেচনা কৰা হয়। এই প্ৰবন্ধসমূহ উচ্চ মানদণ্ডৰ তথা নিৰ্বাচিত প্ৰবন্ধ হোৱাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াতো এই প্ৰবন্ধসমূহ থকাটো প্ৰয়োজনীয়। আপুনিও এই প্ৰবন্ধসমূহ সৃষ্টি বা বিস্তাৰ কৰাত সহায় কৰিব পাৰে। অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক।

এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ১০,০০০ অত্যাৱশ্যকীয় প্ৰবন্ধক তালিকাভুক্ত কৰা হৈছে। এই তালিকা হৈছে ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ চতুৰ্থ স্তৰ। ১,০০০ প্ৰবন্ধ সমৃদ্ধ বিস্তাৰিত তালিকা তৃতীয় স্তৰৰ এখনো ইয়াত উপলব্ধ আছে। আন দুখন চমু তালিকা ক্ৰমে দ্বিতীয় স্তৰৰ ১০০টা প্ৰবন্ধ আৰু প্ৰথম স্তৰৰ শীৰ্ষ ১০টা প্ৰবন্ধও আছে। এই তালিকাখনৰ নবীনতম সংস্কৰণটোৰ বাবে এই লিঙ্কটো চাব পাৰে। পঞ্চম স্তৰৰ আন এখন তালিকা আছে, যিখনত ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াবোৰত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা দিয়া হৈছে।

প্ৰবন্ধৰ সংখ্যাৰ আধিক্যেৰ বাবে আবশ্যকীয় প্ৰবন্ধৰ চতুৰ্থ স্তৰ তালিকাখনক ১১খন উপতালিকাত ভাগ কৰা হৈছে। এই তালিকাভুক্তিৰ নিৰ্বাচন, শ্ৰেণীকৰণ, পৰিবৰ্তন আৰু অপসাৰণ সংক্ৰান্ত যিকোনো আলোচনা ৱিকিপিডিয়া আলোচনা:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা/বিস্তাৰিত এই আলোচনা পৃষ্ঠাত কৰিব পাৰে।

তালিকা নং বিভাগ ৬ ছেপ্তেম্বৰ ২০২০ অভীষ্ট ভুক্তিসংখ্যা
ব্যক্তি - ২,০০০
ইতিহাস - ৬৫০
ভূগোল - ১,২০০
শিল্পকলা - ৬৫০
দৰ্শন আৰু ধৰ্ম - ৪২৫
প্ৰাত্যহিক জীবন - ৫০০
সমাজ আৰু সামাজিক বিজ্ঞান - ৯০০
জীববিজ্ঞান আৰু স্বাস্থ্য বিজ্ঞান - ১,৫০০
৮.১       স্বাস্থ্য, চিকিৎসা আৰু ৰোগব্যাধি - ২৫০
ভৌতিক বিজ্ঞানসমূহ - ১,১২৫
১০ প্ৰযুক্তি - ৭৫০
১১ গণিত - ৩০০
মুঠ ৪,৮০২ ১০,০০০