উদ্ভিদবিজ্ঞান সম্পাদনা কৰক

A সম্পাদনা কৰক

  • Actinomorphic=একটিনমৰফিক
  • Adnate=এডনেট
  • Androecium=পুং স্তৱক
  • Angiosperms = এনজিঅ'স্পাৰ্ম, সপুষ্পক উদ্ভিদ
  • Anther=পৰাগ ধানী
  • Antibody=প্ৰতিদেহ, প্ৰতিৰক্ষী
  • Antibiotic=প্ৰতিজৈৱিক
  • Antigen=প্ৰতিজন

B সম্পাদনা কৰক

  • Bilateral Symmetry=দ্বিপাৰ্শীক সমমিতি
  • Bud=মুকুল

C সম্পাদনা কৰক

  • Calyx=বৃতি মণ্ডল
  • Carpel=গৰ্ভ কেশৰ
  • Connate=কন্নেট
  • Corolla=দল মণ্ডল

D সম্পাদনা কৰক

  • Diaspores=ডাইস্প'ৰ
  • Disperse=সঞ্চাৰণ, বিস্তাৰণ

E সম্পাদনা কৰক

  • Epigynous=এপিগাইনাছ

F সম্পাদনা কৰক

  • Filament=পুংদণ্ড
  • Flowering Plant = সপুষ্পক উদ্ভিদ
  • Flowering Stem = পুষ্পকাণ্ড

G সম্পাদনা কৰক

  • Gametophyte=জননকোষ
  • Gynoecium=স্ত্ৰী স্তৱক

H সম্পাদনা কৰক

  • Hypogynous=হাইপ'গাইনাছ

M সম্পাদনা কৰক

  • Megaspores,Egg=স্ত্ৰীজননকোষ, ডিম্ব
  • Meiosis=মিঅ'চিছ

O সম্পাদনা কৰক

  • Outcross=ইতৰ পৰাগন
  • Ovary=গৰ্ভাশয় বা ডিম্বাশয়
  • Ovule=ডিম্বক

P সম্পাদনা কৰক

  • Pedicel=পেডিক'ল
  • Peduncle = ঠাৰি বা বৃন্ত
  • Perianth=পেৰিন্থ
  • Perigynous=পেৰিগাইনাছ
  • Petal=পাহী, দল
  • Pistil=গৰ্ভ কেশৰ
  • Pollen=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
  • Pollen grain=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
  • Pollen tube=পৰাগ নলী
  • Pollination=পৰাগ সংযোগ

R সম্পাদনা কৰক

  • Radial Symmetry=তীৰ্যক সমমিতি
  • Receptacle = পুষ্পাক্ষ
  • Reproductive Part=প্ৰজনন অংশ

S সম্পাদনা কৰক

  • Selfing=স্ব পৰাগন
  • Sepal=বেটুপাত, বৃতি
  • Sperm=পুংজননকোষ
  • Sporangia=স্প'ৰেঞ্জিয়া
  • Stamen=পুংকেশৰ
  • Stigma=গৰ্ভ দণ্ড
  • Style=গৰ্ভমূণ্ড

T সম্পাদনা কৰক

  • Torus = পুষ্পাক্ষ

V সম্পাদনা কৰক

  • Vector=বাহক
  • Vegetative Part=ভেজেটেটিভ অংশ

Z সম্পাদনা কৰক

  • Zygomorphic=জাইগমৰফিক