প্ৰাণীবিজ্ঞান

সম্পাদনা কৰক
E
    • Ethology=আচৰণবিদ্যা, চাৰিত্ৰিক শাস্ত্ৰ, আচৰণ তত্ত্ব
G

উদ্ভিদবিজ্ঞান

সম্পাদনা কৰক
A
    • Actinomorphic=একটিনমৰফিক
    • Adnate=এডনেট
    • Androecium=পুং স্তৱক
    • Angiosperms=এনজিঅ'স্পাৰ্ম, সপুষ্পক উদ্ভিদ
    • Anther=পৰাগ ধানী
    • Antibody=প্ৰতিদেহ, প্ৰতিৰক্ষী
    • Antibiotic=প্ৰতিজৈৱিক
    • Antigen=প্ৰতিজন
  • Bilateral Symmetry=দ্বিপাৰ্শীক সমমিতি
  • Bud=মুকুল
  • Calyx=বৃতি মণ্ডল
  • Carpel=গৰ্ভ কেশৰ
  • Connate=কন্নেট
  • Corolla=দল মণ্ডল
  • Diaspores=ডাইস্প'ৰ
  • Disperse=সঞ্চাৰণ, বিস্তাৰণ
  • Epigynous=এপিগাইনাছ
  • Filament=পুংদণ্ড
  • Flowering Plant = সপুষ্পক উদ্ভিদ
  • Flowering Stem = পুষ্পকাণ্ড
  • Gametophyte=জননকোষ
  • Gynoecium=স্ত্ৰী স্তৱক
  • Hypogynous=হাইপ'গাইনাছ
  • Megaspores,Egg=স্ত্ৰীজননকোষ, ডিম্ব
  • Meiosis=মিঅ'চিছ
  • Outcross=ইতৰ পৰাগন
  • Ovary=গৰ্ভাশয় বা ডিম্বাশয়
  • Ovule=ডিম্বক
P
    • Pedicel=পেডিক'ল
    • Peduncle=ঠাৰি বা বৃন্ত
    • Perianth=পেৰিন্থ
    • Perigynous=পেৰিগাইনাছ
    • Petal=পাহী, দল
    • Pistil=গৰ্ভ কেশৰ
    • Pollen=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
    • Pollen grain=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
    • Pollen tube=পৰাগ নলী
    • Pollination=পৰাগ সংযোগ
  • Radial Symmetry=তীৰ্যক সমমিতি
  • Receptacle = পুষ্পাক্ষ
  • Reproductive Part=প্ৰজনন অংশ
  • Selfing=স্ব পৰাগন
  • Sepal=বেটুপাত, বৃতি
  • Sperm=পুংজননকোষ
  • Sporangia=স্প'ৰেঞ্জিয়া
  • Stamen=পুংকেশৰ
  • Stigma=গৰ্ভ দণ্ড
  • Style=গৰ্ভমূণ্ড
  • Torus = পুষ্পাক্ষ
  • Vector=বাহক
  • Vegetative Part=ভেজেটেটিভ অংশ
  • Zygomorphic=জাইগমৰফিক