• Aurora: মেৰুপ্ৰভা
  • Avalanche: হিমস্খলন
  • Basin: অৱবাহিকা
  • Bay: উপসাগৰ‎
  • Canal: খাল
  • Climate : জলবায়ু 
  • Coast: উপকূল
  • Continent: মহাদেশ
  • Desert: মৰুভূমি
  • Earthquake: ভূমিকম্প
  • Equator: বিষুৱ ৰেখা
  • Geography: ভূগোল
  • Glacier: হিমবাহ
  • Great Barrier Reef: বৃহৎ প্ৰবাল প্ৰাচীৰ
  • Hill: পাহাৰ
  • Island: দ্বীপ
  • Lake: হ্ৰদ
  • Latitude: অক্ষাংশ 
  • Longitude: দ্ৰাঘিমাংশ
  • Map: মানচিত্ৰ
  • Mountain: পৰ্বত
  • Ocean: মহাসাগৰ
  • Plain: সমভূমি
  • Plateau: মালভূমি
  • Plate: ফলক
  • Plate tectonic: ফলক বিৱৰ্তন
  • Rainforest: বৰ্ষাৰণ্য
  • River: নদী
  • River delta: ব-দ্বীপ
  • River mouth: মোহনা
  • Sea: সাগৰ
  • Sea level: সমূদ্ৰ পৃষ্ঠ
  • Tropic of Cancer: কৰ্কট ক্ৰান্তি
  • Tropic of Capricorn: মকৰ ক্ৰান্তি
  • Valley: উপত্যকা 
  • Volcano: আগ্নেয়গিৰি
  • Weather: বতৰ