ৱিকিপিডিয়া:অৰ্থকোষ/ভূগোল
- Aurora: মেৰুপ্ৰভা
- Avalanche: হিমস্খলন
- Basin: অৱবাহিকা
- Bay: উপসাগৰ
- Canal: খাল
- Climate : জলবায়ু
- Coast: উপকূল
- Continent: মহাদেশ
- Desert: মৰুভূমি
- Earthquake: ভূমিকম্প
- Equator: বিষুৱ ৰেখা
- Geography: ভূগোল
- Glacier: হিমবাহ
- Great Barrier Reef: বৃহৎ প্ৰবাল প্ৰাচীৰ
- Hill: পাহাৰ
- Island: দ্বীপ
- Lake: হ্ৰদ
- Latitude: অক্ষাংশ
- Longitude: দ্ৰাঘিমাংশ
- Map: মানচিত্ৰ
- Mountain: পৰ্বত
- Ocean: মহাসাগৰ
- Plain: সমভূমি
- Plateau: মালভূমি
- Plate: ফলক
- Plate tectonic: ফলক বিৱৰ্তন
- Rainforest: বৰ্ষাৰণ্য
- River: নদী
- River delta: ব-দ্বীপ
- River mouth: মোহনা
- Sea: সাগৰ
- Sea level: সমূদ্ৰ পৃষ্ঠ
- Tropic of Cancer: কৰ্কট ক্ৰান্তি
- Tropic of Capricorn: মকৰ ক্ৰান্তি
- Valley: উপত্যকা
- Volcano: আগ্নেয়গিৰি
- Weather: বতৰ