সূচী: উপৰলৈ - ০-৯


Democracy : গণতন্ত্ৰ

Republic : প্ৰজাতন্ত্ৰ

Kingdom : ৰাজতন্ত্ৰ

United nations: ৰাষ্ট্ৰসংঘ

League of Nations: জাতিসংঘ

Monarchy: Aristocracy : আমোলাতন্ত্ৰ

Autocracy: স্বৈৰতন্ত্ৰ

Anarchy :অৰাজতন্ত্ৰ ( শাসন ব্যৱস্থা বুজালে, সাধাৰণ অৰ্থত অৰাজকতা)

Aristocracy : অভিজাততন্ত্ৰ

Autocracy : স্বৈৰতন্ত্ৰ

Communist state : কমিউনিষ্ট শাসন

Corporatocracy: নিগমতন্ত্ৰ

Demarchy : এক কাল্পনিক শাসন ব্যৱস্থা যত নীতি নিৰ্ধাৰক সকলক যাদৃচ্ছিক আৰু তাৎক্ষণিক ভাৱে নিৰ্বাচিত কৰা হয়, ( আজিকালি বিচাৰৰ বাবে জুৰি নিৰ্বাচন কৰাৰ দৰে)

Democracy : গণতন্ত্ৰ : শাসিতৰ অনুমতি সাপেক্ষে চলা বহুধৰণৰ শাসন ব্যৱস্থাৰ সমূহীয়া নাম।

Epistemocracy : জ্ঞানতন্ত্ৰ ( কাল্পনিক)

Ethnocracy:গোষ্ঠিতন্ত্ৰ

Exilarchy: ভৌগোলিক সীমা পৰিহাৰ কৰি কোনো ধৰ্মীয় বা নৃ গোষ্ঠীক শাসন কৰা এক শাসন ব্যৱস্থা

Gerontocracy: বৃদ্ধতন্ত্ৰ

Kleptocracy: দুৰ্নীতিতন্ত্ৰ

Kritocracy or Krytocracy:আইনীতন্ত্ৰ ( Govt by juges)

Kritarchy: অধিকাৰতন্ত্ৰ

Logocracy : মৌখিক শাসন

Meritocracy: প্ৰতিভাতন্ত্ৰ

Mobocracy or Ochlocracy (মবতন্ত্ৰ ) rule or domination by a mob

Monarchy : ৰাজতন্ত্ৰ

Panarchracy (মুক্ততন্ত্ৰ)

Plutocracy : ধনতন্ত্ৰ

Socialist republic or people's republic (সমাজতন্ত্ৰ বা সমাজবাদী প্ৰজাতন্ত্ৰ)

Republic : প্ৰজাতন্ত্ৰ

Constitutional monarchy : সাংবিধানিক ৰাজতন্ত্ৰ

Absolute monarchy : পূৰ্ণ ৰাজতন্ত্ৰ

Presidential system : ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা

Semi-presidential systems : অৰ্ধ-ৰাষ্ট্ৰপতীয় শাসন ব্যৱস্থা

Parliamentary republic : সংসদীয় প্ৰজাতন্ত্ৰ

Mixed republican system : মিশ্ৰ প্ৰজাতন্ত্ৰ

Theocracies : ধৰ্মতন্ত্ৰ্

Military junta states : সামৰিক জুণ্টা শাসন

Federal State : যুক্তৰাজ্য/ যুক্তৰাষ্ট্ৰ

Unitary states : একক প্ৰদেশ

Regionalised unitary : ক্ষেত্ৰীভূত একক প্ৰদেশ

Confederation: পৰিসংঘ

United Nations : ৰাষ্ট্ৰসংঘ

League of Nations : জাতিসংঘ

চৰকাৰৰ মূল ভাগসমূহ সম্পাদনা কৰক

ক্ষমতাৰ সংৰচনা

  • পাৰিসংঘ ব্যৱস্থা (confederal)
  • যুক্তৰাজ্য(Federal)
  • একনায়কত্ববাদ(Hegemony)
  • ৰাজতান্ত্ৰিক(Impirial)
  • একক(Unitary)

ক্ষমতাৰ উৎস

  • গণতন্ত্ৰ (Democracy)

o পোনপটীয়া (Direct)

o প্ৰতিনিধিত্বমূলক (Representative)

o অন্যান্ন ( Other)

  • ৰাজতন্ত্ৰ (Monarcy)

o পূৰ্ণ ( Absolute)

o সাংবিধানিক( Constitutional)

  • কুলীনতন্ত্ৰ (Oligarchy)

o অভিজাততন্ত্ৰ ( Aristocracy)

o প্ৰতিভাতন্ত্ৰ ( Meritocracy)

o সামৰিক ঝুণ্টা ( Military Junta)

o ধনতন্ত্ৰ ( Plutocracy)

o সামৰিক শাসন (Stratocracy)

o প্ৰযুক্তিতন্ত্ৰ(Technocracy)

o ধনিকতন্ত্ৰ (Timocracy)

অন্যান্য

o অৰাজতন্ত্ৰ ( Anarchy)

o কৰ্তৃত্ববাদ (Authoritianism)

o স্বৈৰতন্ত্ৰ ( Autocracy)

o নিৰংকুশতাবাদ (Despotism)

o একনায়কত্ব (Dictatorship)

o অধিকাৰতন্ত্ৰ( Kritarchy)

o প্ৰজাতন্ত্ৰ( Republic)

o ধৰ্মতন্ত্ৰ ( Theocracy)

o সৰ্বাধিকাৰবাদ( Totalitarianism)