ৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

xkcd 285 (Wikipedian Protester)
The {{Citation needed}} template aims to promote accountable discourse;[উদ্ধৃতিৰ প্ৰয়োজন] this comic strip shows an innovative application for the template.

ৱিকিপিডিয়াৰ থকা প্ৰবন্ধসমূহৰ বিস্বাসযোগ্যতা বৰ্তাই ৰাখিবৰ বাবে, যিকোনো লোকেই উদ্ধৃতিবিহীন দাবী তুলি {{Citation needed}} বা {{উদ্ধৃতিৰ প্ৰয়োজন}} সাঁচ প্ৰবন্ধত সংলগ্ন কৰিব পাৰে।

যেনে: ৬৫% শতাংশ মানুহে ভূত-প্ৰেত বিশ্বাস কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]



আপুনি কেনেদৰে প্ৰবন্ধত উদ্ধৃতি সংযোগ কৰি বিশ্বাসযোগ্যতা বঢ়াব পাৰে এই সম্পৰ্কে জানিবলৈ উদ্ধৃতিৰ সহায়িকাখন পঢ়িব পাৰে।



লগতে চাওক সম্পাদনা কৰক