ৱিকিপিডিয়া:কিতাপসমূহ
- এই পৃষ্ঠাখন ৱিকিপিডিয়া-কিতাপ সম্পৰ্কে। আপুনি হয়তো সহায়:কিতাপ, ৱিকিপ্ৰকল্প ৱিকিপিডিয়া-কিতাপ, ৱিকিপ্ৰকল্প কিতাপ, ৱিকিপিডিয়া:Notability (কিতাপসমূহ) বা ৱিকিগ্ৰন্থ চাব বিচাৰিছে।
ৱিকিপিডিয়া কিতাপসমূহ
সতৰ্কীকৰণ: ২০১৪ চনত পুনৰ্নিৰ্মান কৰা এই কিতাপ প্ৰস্তুতকাৰক সজূলিটোৰ কিছুমান নিৰ্দিষ্ট সীমাবদ্ধতা আছে আৰু সমলৰ অভাৱত ইয়াৰ পৰিচৰ্যা বহুদিন ধৰি বন্ধ হৈ আছে।
ইয়াত কিছুমান প্ৰশ্নৰ উত্তৰ পাব। অন্য এটা বিকল্প সজূলিও মুক্ত উৎসত উপলব্ধ, চাওক https://de.wikibooks.org/wiki/Benutzer:Dirk_Huenniger/wb2pdf . ৫ আগষ্ট ২০১৬ত শেহতীয়া স্থিতি সময়ানুকুল কৰা হৈছিল। |
সাৰাংশৱিকিপিডিয়া কিতাপ হৈছে বৈদ্যুতিকভাৱে পিডিএফলৈ ৰূপান্তৰ কৰা নাইবা ছপা কিতাপ হিচাপে অৰ্ডাৰ কৰিব পৰা ৱিকিপিডিয়া প্ৰবন্ধৰ সংকলন। প্ৰত্যেকবাৰ ডাউনল'ড বা অৰ্ডাৰ কৰোঁতে এই কিতাপবোৰ প্ৰবন্ধৰ শেহতীয়া সংস্কৰণ প্ৰকাশিত হয়। টোকা: বৰ্তমান (২০১৭) এই কিতাপবোৰত প্ৰবন্ধসমূহৰ সকলো তথ্য সন্নিবিষ্ট কৰিব নোৱাৰি আৰু যিকোনো তালিকা আৰু তথ্য বাকছৰ তথ্য প্ৰদৰ্শিত নহয়। অধিক জানিবলৈ সহায়:কিতাপ, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়া-কিতাপ, ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প কিতাপ চাওক। কিতাপসমূহনিৰ্বাচিত আৰু ভাল বিষয়
নিৰ্বাচিত বিষয় আৰু ভাল বিষয় হৈছে ৱিকিপিডিয়াৰ কিছুমান শ্ৰেষ্ট প্ৰবন্ধৰ সংকলন।
প্ৰতিটো বিষয়ৰে বিষয় বাকচৰ ওপৰৰ বাঁওকাষে কিতাপৰ সংযোগ দিয়া থাকিব পাৰে। |
কিতাপ নামস্থান
|