ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬/উল্লেখনীয় কাম

উল্লেখনীয় কাম

আগষ্ট মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৪১৮৮ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২২২ টালৈ বৃদ্ধি পালে।
২৯ জুলাইৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ইণ্ডিয়া এট ৰিঅ' অলিম্পিক এডিট-এ-থননামৰ সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা সদস্য অজয় দাসে বিশেষ বৰঙণি আগবঢ়ায়।