ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ডিচেম্বৰ-২০১৬/উল্লেখনীয় কাম

উল্লেখনীয় কাম

নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৪৩৫৫ টালৈ বৃদ্ধি পালে।

নৱেম্বৰ মাহৰ অন্তত অসমীয়া ৱিকিউৎস লেখাৰ সংখ্যা ১২৩২ টালৈ বৃদ্ধি পালে।

এই নৱেম্বৰ ২০১৬ত ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে এছিয়া মহাদেশৰ বিভিন্ন বিষয়ত ৫৭টা প্ৰবন্ধ সৃষ্টি হ'ল।