ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/নৱেম্বৰ-২০১৫/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৩৭৭০ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত লেখাৰ সংখ্যা ১২১৫ টালৈ বৃদ্ধি পালে।
- ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প ৱিকিপিডিয়াত থাকিব লগা প্ৰবন্ধসমূহৰ সম্ভাব্য তালিকা-ৰ 'ব্যৱসায় আৰু অৰ্থনীতি', 'জীৱবিজ্ঞান', 'প্ৰাক্ঐতিহাসিক আৰু প্ৰাচীন বিশ্ব', 'জলক্ষেত্ৰ’ , 'পৰ্বত, উপত্যকা আৰু মৰুভূমি' খণ্ডৰ সমূহ প্ৰবন্ধ সম্পূৰ্ণ৷ মূল অৱদানকাৰী: দিব্য দত্ত,গীতাৰ্থ বৰদলৈ, ঈশান কাশ্যপ হাজৰিকা, চিৰিং চন্দন ফুকন, জলি বৰা৷