ধেমাজিৰ "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ"ত থকা ভাষ্কৰ্য
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত ১৩ জন শিশু আৰু মাতৃৰ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহত সকলৰ স্মৃতিত প্ৰতিষ্ঠিত "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্ৰ"ত আছে।

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...