ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰৰ সংৰক্ষণ/মাৰ্চ, ২০১৩

বান্দৰৰ এক আপুৰুগীয়া প্ৰজাতি সোণালী বান্দৰ (ইংৰাজী: Golden langur) ভাৰতবৰ্ষত মূলত: পশ্চিম অসম, ভুটানৰ পৰ্ব্বত অঞ্চলত পোৱা যায়৷এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন (১৯৭২) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই আইনত সোণালী বান্দৰক প্ৰথম অনুসূচীৰ প্ৰাণী বুলি স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ দ্বাৰাই এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷ এই আলোকচিত্ৰ গুৱাহাটীৰ উমানন্দত তোলা হৈছিল৷

আলোকচিত্ৰশিল্পী: ডনিভ’ ৭৯
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...