ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/জুলাই, ২০২৪

ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/জুলাই,২০২৪
বানপানী অসমৰ এক জ্বলন্ত সমস্যা৷ বানে প্ৰতিবছৰে অসমৰ খেতি-পথাৰ, জনবসতি, জীৱ-জন্তুৰ বসতিপ্ৰধান অঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰে৷ ছবিত বানপানীৰ সময়ত উদ্ধাৰ অভিযানলৈ ওলোৱা এটি সুৰক্ষাকৰ্মীৰ দলক দেখা গৈছে৷
আলোকচিত্ৰ:ভুৱনেশ্বৰ২০০৯

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...