ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/মাৰ্চ, ২০২১

গোলাঘাট জিলাৰ নুমলীগড়ৰ দেওপাহাৰত উদ্ধাৰ হোৱা শিলত খোদিত ভাস্কৰ্য
গোলাঘাট জিলাৰ নুমলীগড়দেওপাহাৰত শিলত খোদিত ভাস্কৰ্য ৷ দেওপাহাৰ অসমৰ এক পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।

আলোকচিত্ৰ শিল্পী: বেৱী দেৱী
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...