ৱিকিপিডিয়া:বৈঠক/ৱিকিপিডিয়া AANA কৰ্মশালা, ৮ নৱেম্বৰ ২০২০

৮ নৱেম্বৰ, ২০২০

সময়: সন্ধ্যা ৯-৩০ টাত

Assam Association of North America ৰ হৈ জোনালী বৰুৱা আৰু সুৰঞ্জয় হাজৰিকা৷

জুম

সমল ব্যক্তি সম্পাদনা কৰক

user:gitartha.bordoloi

লগতে অনিমেষ বৰা আৰু মৃদুল কুমাৰ শৰ্মা উপস্থিত থাকে৷

উপস্থিতি সম্পাদনা কৰক

ন শিকাৰু আৰু পুৰণি সদস্য মিলাই মুঠ ৪৪ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।

আলোচিত বিষয় সম্পাদনা কৰক

  • ৱিকিপিডিয়া কি, অসমীয়া ৱিকিপিডিয়াৰ চমু পৰিচয়
  • আন ৱিকিমিডিয়া প্ৰকল্পসমূহ, অসমীয়া ৱিকিউৎস
  • কি লিখিব লাগে, কি লিখিব নালাগে
  • কিয় লিখিব লাগে
  • ৱেবছাইটৰ বিভিন্ন লিংকবোৰ
  • একাউণ্ট সৃষ্টি, লগিন, একাউণ্ট কিয় লাগে
  • কেনেকৈ লিখে, মাধ্যম-লেপটপ, মোবাইল, এপ্‌
  • অনুবাদ সঁজুলি
  • সম্পাদনাৰ ভিন ভিন উপায়
  • ৱিকিপিডিয়াৰ পঞ্চনীতি
  • লিখিবলৈ কিয় ভয় কৰিব নালাগে
  • কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ১ ঘণ্টা।
  • প্ৰশ্নোত্তৰ ১৫ মিনিট।