ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৯/ভাল প্ৰবন্ধ

সমকামিতাৰ ৰামধেনু গৌৰৱ পতাকা

সমকামী নাৰী (ইংৰাজী: Lesbian) বা লেচবিয়ান শব্দটোৱে এগৰাকী নাৰীক বুজায় যি অন্য নাৰীৰ প্ৰতি ভালপোৱা বা প্ৰেম আৰু যৌন আকৰ্ষণ অনুভৱ কৰে। এই শব্দটোৱে প্ৰাথমিকভাবে সমকামী বা সমকামী হিচাপে বৈশিষ্ট থকা ব্যক্তি বিশেষক বুজায়।মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল এই- লেছবিয়ান(Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে(Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হ'ল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।

বিতংকৈ পঢ়ক...