ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২০/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭০৯৮ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৭৭ খনলৈ বৃদ্ধি পালে।
- ৱিকিউৎসত জুলাই,২০২০ মাহত সম্পূৰ্ণ হোৱা গ্ৰন্থসমূহ হৈছে:
- অশ্বক্ৰান্ত দেৱালয়ৰ ইতিবৃত্ত (হেমচন্দ্ৰ শৰ্মা, ১৯৮২, প্ৰবন্ধ সংকলন)
- প্ৰতিফল (উপেন্দ্ৰ নাথ দত্ত, ১৯৪৬, ডিটেক্টিভ কাহিনী)
- আত্ম-জীৱনী (দেবৰাজ ৰায়, ১৯৪০, আত্মজীৱনী)
- গল্পাঞ্জলি (শৰৎচন্দ্ৰ গোস্বামী, ১৯৫৫, গল্প সংকলন)
- পৰিদৰ্শন (শৰৎচন্দ্ৰ গোস্বামী, ১৯৫৬, নাট্য সংকলন)
- পেৰিক্লিচ্ (শৰৎচন্দ্ৰ গোস্বামী, ১৯২৫, নাটক)