বেটুপাত
যিকোনো
কাষৰীয়া
প্ৰৱেশ
ছেটিং
দান কৰক
অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে
দায়লুপ্তি
অনুসন্ধান
ৱিকিপিডিয়া
:
ৱিকিপত্ৰিকা/আগষ্ট-২০২১/উল্লেখনীয় কাম
ভাষা
গতিবিধি লক্ষ্য কৰক
সম্পাদনা
<
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা
|
আগষ্ট-২০২১
অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা
৯,০১০
টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা
৩২২
খনলৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
মোৰ জীৱন-সোঁৱৰণ
(লেখক: লক্ষ্মীনাথ বেজবৰুৱা, ১৯৯২)
এমুঠি বনকৰা কিংখাপ কবিতা
(লিখক: ৰত্নেশ্বৰ বৰা, ২০১৯)
ফকৰাৰ থুন্পাক
(উমেশ বৈশ্য,২০১০)
শিশুপাল বধ
(লেখক: অজ্ঞাত, ১৯০৭)
শতস্কন্ধ ৰাৱণবধ
(লেখক:কমল চন্দ্ৰ ডেকা,১৯০৭ খ্ৰীষ্টাব্দ)
পৰমাৰ্থ দৰ্পণ
(লেখক: ছাখাৱত আলী, ১৯১৫)
দীপিকা ছন্দ
(লেখক: পুৰুষোত্তম গজপতি, ১৯৫৬)
হাতৰ আখৰৰ কথা
(লেখক: ত্ৰিদশ পাঠক, ১৯৯৩)
গীৰ্জাসংগীত আৰু ৰাতিৰ প্ৰহৰী
(লেখক: অ' হেনৰি, অনুবাদ-প্ৰদীপ চৌধুৰী ২০০২)
দেউৰী পাৰা ভাৰি গান
(লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৭)
দেউৰীপাৰা গাঁৱৰ ঐতিহাসিক কিছু কথা
(লেখক: দিলীপ কুমাৰ ৰাভা, ২০১৮)