ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | এখন অৰণ্যৰ সৃষ্টি হ’বলৈ মাত্ৰ কেইজোপামান বিশাল বনস্পতিয়েই যথেষ্ট নহয়। সৰু-বৰ অসংখ্য বৃক্ষ, লতা-গুল্ম আৰু তৃণপুঞ্জ লৈ যি বিচিত্ৰ ৰহস্যময় অৰণ্য সৃষ্টি হয়, সিহে আমাৰ অন্তহীন আনন্দ আৰু বিস্ময়ৰ উৎস। | ” |
— ড° হোমেন বৰগোহাঞি; গ্ৰন্থ:আত্মানুসন্ধান |
“ | অতি কথকীক কথাই খায়, বৈদ্যক খায় সাপে; সাতখন ভাগৱত পঢ়াজনকো কিঞ্চিৎ চোৱে পাপে | ” |
— ফকৰা যোজনা |