ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/এপ্ৰিল-২০২০/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬৪৯৯ টালৈ বৃদ্ধি পালে।
- ৱিকিপিডিয়াত লৈংগিক ব্যৱধানৰ উন্নতি কৰা আৰু দক্ষিণ এছিয়াৰ নাৰীৰ বিষয়ে জীৱনীমূলক প্ৰবন্ধ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ১ ফেব্ৰুৱাৰী ২০২০ - ৩১ মাৰ্চ ২০২০ লৈ অনুষ্ঠিত হোৱা অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা ৱিকিপিডিয়া:ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ত নগৰাকী অসমীয়া ৱিকিপিডিয়ানে সক্ৰিয় অংশগ্ৰহণ কৰি মুঠ ১৩৫ টা নতুন প্ৰবন্ধ যোগ কৰে৷ তেওঁলোকলৈ অসমীয়া ৱিকিপিডিয়াৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
- অজয় দাস
- ঈশান জ্যোতি বৰা
- Yuvomilan Dev Society
- গীতাৰ্থ বৰদলৈ
- বিদ্যুৎ শৰ্মা
- দিব্য দত্ত
- নয়ন জ্যোতি নাথ
- টিটান সাহা
- कन्हाई प्रसाद चौरसिया
- ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।