ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২১/নিৰ্বাচিত চিত্ৰ

আঘোণৰ পথাৰৰ সোণগুটি চপাই অসমীয়া কৃষকে পৰম্পৰাগত পদ্ধতিৰে মৰণা মৰাৰ দৃশ্য।
আলোকচিত্ৰ শিল্পী: জুপিতা দেৱী