ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২/উল্লেখনীয় কাম
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,৮৩৪ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৩০ খনলৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪৬২ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
- কামিনীকান্তৰ চৰিত্ৰ (লেখক:এ কে গাৰ্নী, ১৮৭৭)
- পঞ্চকবিতা (লেখক: বেণুধৰ ৰাজখোৱা, ১৮৯৫)
- কুমৰ হৰণ (লেখক: চন্দ্ৰ ভাৰতী, ১৯৫৬)
- শ্ৰীমন্ত শঙ্কৰদেৱ (লেখক: হৰিনাৰায়ণ দত্তবৰুৱা, ১৯৫৫)
- অসীমৰ বীণ (লেখক: পবিত্ৰপ্ৰাণ চাংকাকতি, ১৯৩৮)
- সম্ভৱতঃ (লেখক: গীতালি বৰা, ২০০৬)
- ডৰিয়লি (লেখক: গীতালি বৰা, ২০১৬)
- প্ৰচণ্ড (লেখক: মহেশ ডেকা, ২০১৫)
- তটিনী তীৰৰ খেলা (লেখক: ৰাজীৱ বৰা, ২০১৮)
- ঢৌ (লেখক: ৰাজীৱ বৰা)
- অমৃত কথা (লেখক: নীলিমা বৰা, ২০১১)
- উৰহি গছৰ ওৰ (লেখক: নীলিমা বৰা, ২০১৪)
- এপাহ ফুলৰ কথা (লেখক: নীলিমা বৰা, ২০০৯)
- পাখি লগা মন (লেখক: নীলিমা বৰা, ২০১৫)
- বান্চা য়ান ককা আৰু এখন দেওলগা হাবি (লেখক: নীলিমা বৰা, ২০১৫)
- ৰেইনী (লেখক: নীলিমা বৰা, ২০১৩)
- মৰমিয়াল পৰীজনী (লেখক: নীলিমা বৰা, ২০১৩)
- শিক্ষাবিদ বাণীকান্ত কাকতি (লেখক: নীলিমা বৰা, ২০১৪)
- হেবাং বেঙৰ আংবাং কবিতা (লেখক: নীলিমা বৰা, ২০১৩)
- ভেকোলাৰ সপোন (লেখক: নীলিমা বৰা, ২০১৭)
- মৰমিয়াল পখিলাটি (লেখক: নীলিমা বৰা, ২০০১)
- আমি কি কৰিবলৈ বিচাৰোঁ (লেখক: অজ্ঞাত, ১৯৫১)
- দামোদৰ ব্যাখ্যা (লেখক: ধনিৰাম দাস, ১৯১৫)
- খোজৰ শব্দ (সম্পাদক: সঞ্জীৱ পল ডেকা, ২০২২)
- মহিলা কীৰ্ত্তন (সম্পাদক: তীৰ্থনাথ গোস্বামী, ১৯৫০)
- ধৰ্মপক্ষী (লেখক: প্ৰভাত হালৈ, ২০২০)