ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২২/নিৰ্বাচিত উদ্ধৃতি
“ | নৈৰ সোঁতে যেনেকৈ তাৰ বুকুত পৰি থকা শিলবোৰক অকণ অকণকৈ মিহি কৰে বা সেইবোৰক নতুন ৰূপ দিয়ে, সেইদৰে চামে চামে মানুহে অবিৰাম ব্যৱহাৰৰ দ্বাৰা তেওঁলোকৰ ভাষাৰ শব্দবোৰক মিহি কৰে বা সেইবোৰক ন ন ৰূপ দিয়ে। | ” |
— আত্ম দীপো ভৱ (হোমেন বৰগোহাঞি) |
“ | ধুন দেখি ধুনিলি, মোহ দেখি মোহিলি, ৰূপ দেখি নধৰিবি গাত, চন্দন কাঠ বুলি সাৱটি ধৰিলি পঁচা শিমলুৰ কাঠ। | ” |
— ফকৰা যোজনা |