ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/উল্লেখনীয় কাম

  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১২,৩৬৯ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৫৯০ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৫৬৭ টালৈ বৃদ্ধি পালে।
  • ২৬ নৱেম্বৰ তাৰিখে মাজুলীৰ গড়মূৰত অসমীয়া ৱিকিমিডিয়া সমাজৰ এক প্ৰীতিমেল আৰু কৰ্মশালা অনুষ্ঠিত হৈ যায়।
মাজুলীৰ গড়মূৰত অনুষ্ঠিত অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ অংশগ্ৰহণকাৰীসকল