ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৩/নিৰ্বাচিত উদ্ধৃতি
“ | যি হাৰত প্ৰাচীন গছবোৰ এফালৰ পৰা কাটি থকা হৈছে, তাৰ ফলৰ বাবে আমি সাজু থাকিব লাগিব৷ আমাৰ চেনেহৰ শ্যামলী আপোন দেশত বতাহ জুই হ’ব, পানী নোহোৱা হ’ব আৰু আমি মানুহবোৰ ছটফটাই থাকিম৷ ক্ৰমে ক্ৰমে বাসৰ অনুপযোগী হ’ব আমাৰ মাতৃভূমি। | ” |
— অৰূপা পটংগীয়া কলিতা |
“ | ডুব যোৱা বেলি, কোনেও নুপূজে হাত মেলি: | ” |
— ফকৰা যোজনা |
(ডুব যাবৰ সময়ৰ বেলিক কোনেও সেৱা নকৰে। সেই একেদৰে প্ৰতিপত্তি শেষ হ'লে বা বিষয়বাব হেৰুৱালে মানুহ গুৰুত্বহীন হৈ পৰে।)